Advertisement

Category: Assamese News

হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি দিব নোৱাৰিব DC-য়ে….

হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি দিব নোৱাৰিব DC-য়ে….

চৰকাৰৰ অনুমতি সাপেক্ষেহে হ’ব হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়। স্বাধীনতা দিৱসৰ দিনাই মিনি বাংলাদেশৰ প্ৰসংগক লৈ সোচ্চাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমটো কঠোৰ পদক্ষেপৰ কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিশ্বত পুনৰ মংকী পক্সৰ আতংক!

বিশ্বত পুনৰ মংকী পক্সৰ আতংক!

শুকুৰবাৰে ছুইডেনত ধৰা পৰিছে মংকী পক্সত আক্ৰান্ত ৰোগী৷ আফ্ৰিকাৰ বাহিৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে মংকী পক্সৰ ৰোগী৷ ব্যক্তিজন আফ্ৰিকা ভ্ৰমণৰ সময়তে আক্ৰান্ত হয় মংকী পক্সত৷ ঘটনা পোহৰলৈ অহাৰ পাছতে WHOৰ

পুনৰ এক নতুন ইতিহাস ৰচাৰ দিশে ISRO…

পুনৰ এক নতুন ইতিহাস ৰচাৰ দিশে ISRO…

SSLV-D3 উপগ্ৰহৰ উৎক্ষেপণ৷ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ উপগ্ৰহটো৷ SSLV-D3ৰ ওজন 175.5 কিঃগ্ৰাম৷ উদ্যোগ, নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ অভিযানৰ বাবে ব্যৱহাৰ কৰা হ’ব উপগ্ৰহটো৷

শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি কৰ্মবিৰতি চিকিৎসকৰ

শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি কৰ্মবিৰতি চিকিৎসকৰ

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ প্ৰতিবাদত দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ঘোষণা। এইবাৰ কৰ্মবিৰতিৰ সিদ্ধান্ত ল’লে দেশৰ ভিতৰতেচিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে (IMA)। শনিবাৰে পুৱা ৬ বজাৰ পৰা

স্বাধীনতাৰ দিৱসৰ দিনা বটদ্ৰৱাত ভয়ংকৰ পথ দু*ৰ্ঘটনা; গুৰুত্বৰ বাবে আহত তিনিজন

স্বাধীনতাৰ দিৱসৰ দিনা বটদ্ৰৱাত ভয়ংকৰ পথ দু*ৰ্ঘটনা; গুৰুত্বৰ বাবে আহত তিনিজন

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও ধিং সংযোগী গড়কাপ্তানী পথত আজি ৰাতিপুৱা আনুমানিক ৯.৩০ বজাত বটদ্ৰৱা বাছ ষ্টেনৰ ওচৰত AS02H-2571 হেৰো হোণ্ডা আৰু পালছাৰ AS-02 AF-8832 নম্বৰৰ মটৰ চাইকেল