ৰাজধানী দিল্লীত পুনৰ চাঞ্চল্যকৰ ঘটনা। দিল্লীত হত্যাৰ বলি হ’ল এগৰাকী অসমৰ যুৱতীৰ। দিল্লীৰ দ্বাৰাকাস্থিত বাসগৃহত হত্যাৰ বলি হ’ল অসমৰ শিলচৰৰ যুৱতীৰ। জানিব পৰা মতে দিল্লীৰ এটা ফ্লেটত নৃশংসভাৱে হত্যা কৰা হৈছে শিলচৰৰ স্নেহা নাথ নামৰ যুৱতীগৰাকীক। খবৰ অনুসৰি যুৱতীগৰাকীৰ নিজ প্ৰেমিকৰ ছুৰীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লয়। মৃত যুৱতীগৰাকী শিলচৰৰ ২১
Category: Assamese News
এফালে ৰাজ্যত এটাৰ পিছত আন এটা সামগ্ৰীৰ মূল্য বৃদ্ধি। আলু-পিঁয়াজ, শাক-পাচলিকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয়া সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। ৰাজ্যত এইবাৰ বৃদ্ধি পালে পূৰৱী গাখীৰৰ দাম। প্ৰতি লিটাৰ পূৰৱী গাখীৰত ২ টকাকৈ পালে বৃদ্ধি। গাখীৰৰ লগতে পূৰৱী বেণ্ডৰ প্ৰতিবিধি দুগ্ধজাত সামগ্ৰীৰ বৃদ্ধি পালে দাম। ৫০০ মিলি লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ
ৰাজধানী দিল্লীত পুনৰ চাঞ্চল্যকৰ ঘটনা। দিল্লীত ৰহস্যজনক মৃত্যু এগৰাকী অসমৰ যুৱতীৰ। দিল্লীৰ দ্বাৰাকাস্থিত বাসগৃহত ৰহস্যজনক মৃত্যু অসমৰ শিলচৰৰ যুৱতীৰ। মৃত যুৱতীগৰাকীক অসমৰ শিলচৰ চহৰৰ চিবিলা বাচ্চিয়াৰ নিবাসী স্নেহা নাথ চৌধুৰী বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। দিল্লীত এগৰাকী GYM প্ৰশিক্ষক হিচাপে আছিল স্নেহা নাথ। ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ অভিযুক্ত ৰাজ কৰ্মকাৰ নামৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° ননীগোপাল মহন্তক বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। ড° মহন্তৰ নিযুক্তিত অনুমোদন জনাইছে ৰাজ্যপালে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টাও হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ড° ননীগোপাল মহন্তই। ২০ আগষ্টত কাৰ্যকালৰ অন্ত পৰিব বৰ্তমানৰ উপাচাৰ্য ড° প্ৰতাপজ্যোতি সন্দিকৈৰ।
চিত্ৰাংকন প্ৰতিযোগিতা-শিশুৰ প্ৰতিভা বিকাশৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নিউজ ব্যুৰ’,নগাঁও,২৪জুলাই :–২০২৩চনৰ ৮জুলাইত নগাঁও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত উৎকৰ্ষ সাধনেৰে একত্ৰিত হৈ সোণাই নৈৰ সোঁতে সোঁতে চিৰকাল বোৱাঁই ৰখাৰ মানসেৰে ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা হয় । মঞ্চৰ প্ৰতিষ্ঠা দিৱসটি অহা ২৬ জুলাইত (শুক্ৰবাৰে) বেবেজীয়াৰ সমীপৰ মাজগাঁৱত আয়োজন