Category: Assamese News

চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প।

চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প।

মাত্ৰ ২৯ ছেকেণ্ড। টেকঅফৰ পিছত ঠিক এইখিনি সময়তে ধ্বংস হৈ গ’ল বহুতৰে সপোন, বহুতৰ আশা, বহুতৰ আনন্দ। চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প। পায়েল খটিক – এগৰাকী ৰিক্সাচালকৰ কন্যা, ৰাজস্থানৰ কন্যা হ’লেও গুজৰাটৰ হিম্মতনগৰতে ডাঙৰ হোৱা। পিতৃৰ নাম সুৰেশভাই

বৰপেটাৰ চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা – মুখা মুখি বাইক সংঘৰ্ষত ৪ যুৱক আহত

বৰপেটাৰ চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা – মুখা মুখি বাইক সংঘৰ্ষত ৪ যুৱক আহত

বৰপেটা জিলাৰ চেঙাত আজি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুটা বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষত ৪ গৰাকী যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকসকল হৈছে –১. চাজাহান আলি (১৬), পিতৃঃ আলম আলি – খংৰা গাঁও, তাৰাবাৰী থানাৰ অন্তৰ্গত২. ৰঞ্জিত আলি (১৯), পিতৃঃ আব্দুল লতিফ – খংৰা গাঁও, তাৰাবাৰী থানাৰ অন্তৰ্গত৩. আমিৰ হামজা

মঙলদৈত উদ্বোধন হল প্ৰথম বাৰৰ বাবে মোবাইল মেৰামতিৰ প্ৰশিক্ষণ কেন্দ্ৰ

মঙলদৈত উদ্বোধন হল প্ৰথম বাৰৰ বাবে মোবাইল মেৰামতিৰ প্ৰশিক্ষণ কেন্দ্ৰ

আজি দৰং জিলাৰ মাজ মজিয়াৰ মঙলদৈ ভেবাৰঘাটত এখন উন্নত মানদণ্ড বিশিষ্ট মোবাইল মেৰামতিৰ প্ৰশিক্ষণ কেন্দ্ৰ উন্মোচন হয় । মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ যুৱ নেতা গুৰুজ্যোতি দাসে শুভ উদ্বোধন কৰে অনুষ্ঠানটো । দৰং জিলাত প্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা TECHNOFIX মোৱাইল ৰিপীয়েৰিং ট্ৰেইনিং চেণ্টাৰ

Namrata Borah Case: ওলাইছে এটাৰ পিছত আন এটা বুকু কঁপি উঠা তথ্যওলাইছে এটাৰ পিছত আন এটা বুকু কঁপি উঠা তথ্য

Namrata Borah Case: ওলাইছে এটাৰ পিছত আন এটা বুকু কঁপি উঠা তথ্যওলাইছে এটাৰ পিছত আন এটা বুকু কঁপি উঠা তথ্য

বাৰে বাৰে সলনি হৈছে দৃশ্যপট। সম্ভাৱনাময়ী নম্ৰতাৰ মৃত্যুক এতিয়া কেৱল ৰহস্য আৰু ৰহস্য। দাবী কৰা অনুসৰি দুৰ্ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে লাভ কৰিছে এটাৰ পিছত আনটো ৰহস্য। সময় বাগৰাৰ লগে লগে অধিক ঘনখোৰ ৰহস্যৰ মাজত সোমাই পৰিছে অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুকাণ্ড। ফাদিল হৈছে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য। অসমৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত

গোসাইগাঁওত দুখন কৈ পথ নিৰ্মাণৰ কাম শুভ উদ্ভোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ কাৰ্য্যবাহী সদস্য মণ্ডল হাসদা

গোসাইগাঁওত দুখন কৈ পথ নিৰ্মাণৰ কাম শুভ উদ্ভোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ কাৰ্য্যবাহী সদস্য মণ্ডল হাসদা

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ আদিবাসী অধ্যষিত অঞ্চল সমূহত পথ সমূহ দীৰ্ঘদিন জৰাজীৰ্ণ হৈ থকাত উন্নয়ণৰ কাম আৰম্ভ কৰিছে। সমান্তৰালকৈ গোসাইগাঁওৰ বাশবাৰী আৰু পদ্মপুখুৰীত গাঁৱত ২০২৪-২৫ বৰ্ষৰ আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ পুঁজিৰে পথ নিৰ্মাণৰ কাম শুভ উদ্ভোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ কাৰ্য্যবাহী সদস্য মণ্ডল হাসদাই,পদ্মপুখুৰী আৰু বাশবাৰী ৰাইজৰ