নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–বানপানী আৰু বাঘৰ আতংকৰ মাজতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে নগাঁৱৰ কলিয়াবৰবাসীক। কলিয়াবৰৰ এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিজন হৈছে কলিয়াবৰ মহকুমাৰ সোণাৰী গাঁৱৰ সুজিৎ কুমাৰ চাংমাই বৰুৱা। পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিনৰ পৰা সুজিৎ জ্বৰত ভুগি আছিল। স্থানীয় চিকিৎসকৰ
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–নগাঁও জিলাৰ ৰাইডঙীয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম”ৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো ৰাজ মেধিৰ সোঁৱৰণত ১৪দিনীয়া প্ৰযোজনা ভিত্তিক এখনি নাট কৰ্মশালা আৰম্ভ কৰিছে। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত সমাজখনত বৌদ্ধিক চিন্তাৰ চৰ্চা বহু পৰিমাণে হ্ৰাস পায় আহিছে। এই সময়ত বহু শিশু,কিশোৰ অবাটে গৈছে । কোনোবাজন যদি অসামাজিক ব্যাধিৰ স্বীকাৰ
৫০ কোটি টকাৰে নিৰ্মাণ কৰি থকা পৰ্যটন আচঁনিৰ পৰিদৰ্শন নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই:–অহা ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ আগত কংগ্ৰেছত কোনো নাথাকিব।—এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ একাংশ নেতা-কৰ্মী কংগ্ৰেছ লৈ ঢাপলি মেলাৰ সম্পৰ্কত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰহাৰ ঐতিহাসিক জোঙালবলহু ক্ষেত্ৰত উপস্থিত হৈ নিৰ্মাণৰত জোঙালবলহু পৰ্যটন ক্ষেত্ৰৰ
কবিতা ভাল পাবলৈ হ’লে মাটি আৰু মানুহক ভাল পাবই লাগিব : কবি উজ্জ্বল পাওগাম নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–১৯৮৭ চনত কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠন হোৱা সদৌ অসম কবি সন্মিলনৰ অন্যতম নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ধিং অধিৱেশনৰ ৰবিবাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে
নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই :–“মৰিগাঁও জিলাৰ জাগীৰোডত অহা ৩আগষ্টত স্থাপন হ’বলগীয়া ২৭হাজাৰ কোটি টকা ব্যয় সাপেক্ষে টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পুজন কৰিম আৰু দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব।” আজি জাগীৰোডৰ সমীপৰ জোনবিলত এই ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আমি ভাৰত পাঁচশ কোটি টকাৰ এখন আঁচনি দি