Advertisement

Category: Assamese News

ভাৰতত প্ৰৱেশ কৰিব পাৰে বাংলাদেশী নাগৰিকে; ভাৰত-বাংলাদেশ সীমান্তত ১১টা অতিৰিক্ত বাহিনী মোতায়েন বি এছ এফৰ

ভাৰতত প্ৰৱেশ কৰিব পাৰে বাংলাদেশী নাগৰিকে; ভাৰত-বাংলাদেশ সীমান্তত ১১টা অতিৰিক্ত বাহিনী মোতায়েন বি এছ এফৰ

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে বি এছ এফৰ গুৱাহাটী সীমান্তই ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে ৷ বিভিন্ন আকস্মিক পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনী ৷ সম্ভাব্য যিকোনো

ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত ৰিয়ান পৰাগে স্থান পোৱাৰ সম্ভাৱনা

ভাৰত-শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত ৰিয়ান পৰাগে স্থান পোৱাৰ সম্ভাৱনা

মূল একাদশত শিৱম ডুবেৰ ঠাইত ৰিয়ান পৰাগক স্থান দিয়াৰ সম্ভাৱনা। শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত বিয়লি ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন। ইতিমধ্যে শৃংখলাখনত ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে শ্ৰীলংকা।

ধনশিৰি নৈৰ কাষৰীয়া ৰাইজলৈ সাৱধানবাণী গোলাঘাট জিলা প্ৰশাসনৰ!

ধনশিৰি নৈৰ কাষৰীয়া ৰাইজলৈ সাৱধানবাণী গোলাঘাট জিলা প্ৰশাসনৰ!

এৰি দিয়া হৈছে দৈয়াং বান্ধৰ পানী! NEEPCO কৰ্তৃপক্ষই জনোৱা মতে, আজি পুৱা ৬ বজাত দৈয়াং বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২.০০ মিটাৰ পোৱা গৈছে। গতিকে আজি পুৱা ১০ বজাত ৰিজাৰ্ভাৰৰ ১নং

বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন; এবেলাতে ভাৰতৰ বজাৰত ৭ লাখ কোটি টকাৰ লোকচান বিনিয়োগৰাকীৰ

বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন; এবেলাতে ভাৰতৰ বজাৰত ৭ লাখ কোটি টকাৰ লোকচান বিনিয়োগৰাকীৰ

নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে মন্দাৱস্থাৰ দিশলৈ ঠেলি দিছে আমেৰিকাৰ অৰ্থনীতি। শুকুৰবাৰে মুকলি কৰা তথ্য মতে জুলাই মাহত ৪.৩ শতাংশলৈ বৃদ্ধি পাইছে আমেৰিকাত নিৱনুৱাৰ সংখ্যা। সেই তথ্য ৰাজহুৱা হোৱাৰ পাছতে বিশ্বৰ শ্বেয়াৰ

ইজৰাইলৰ ওপৰত আজি আক্ৰমণ কৰিব পাৰে ইৰাণে!

ইজৰাইলৰ ওপৰত আজি আক্ৰমণ কৰিব পাৰে ইৰাণে!

ইৰাণ-ইজৰাইলত পুনৰ উত্তেজ*নামূলক পৰিস্থিতি। ইজৰাইলৰ ওপৰত আজি আক্ৰ*মণ কৰিব পাৰে ইৰাণে। G7 দেশসমূহক সতৰ্কবাণী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিংকেনৰ। বেঞ্জামিন নেতান্যাহুৰ নেতৃত্বাধীন চৰকাৰে ইৰাণৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰাৰম্ভিক