Category: Assamese News

‘‘কংগনা ৰাণাৱটৰ মুখ চালে মোৰ পাপ হ’ব। তেওঁ আজিও প্ৰায়শ্চিত্ত নকৰিলে’’- শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ

‘‘কংগনা ৰাণাৱটৰ মুখ চালে মোৰ পাপ হ’ব। তেওঁ আজিও প্ৰায়শ্চিত্ত নকৰিলে’’- শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ

কংগনা ৰাণাৱট হিমাচল প্ৰদেশৰ মাণ্ডিৰ বিজেপি সাংসদ। ধৰ্ম আৰু ৰাজনীতিৰ সৈতে সম্পৰ্কিত সংবেদনশীল বিষয়ত কৰি অহা মন্তব্যৰ বাবে তেওঁ প্ৰায়ে থাকে সংবাদ শিৰোনামত। সাংসদ হোৱাৰ প্ৰায় ৫ বছৰ পূৰ্বে এটা

ধুবুৰীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিশু সহ দুজনৰ মৃত্যু

ধুবুৰীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিশু সহ দুজনৰ মৃত্যু

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আকবৰ আলী সৰকাৰ(৬০) আৰু বিলাসীপাৰা মহকুমাৰ ৰাণীগন্জ

বিপদত গুৱাহাটীৰ এজন চিকিৎসক: চাইবাৰ চক্রই লুটিলে ২কোটি টকা

বিপদত গুৱাহাটীৰ এজন চিকিৎসক: চাইবাৰ চক্রই লুটিলে ২কোটি টকা

শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি বিপদত পৰিছে গুৱাহাটীৰ এজন চিকিৎ‍সক। এটা চাইবাৰ চক্রই চিকিৎ‍সকজনৰ পৰা লুটিলে ২কোটি টকা। ফেচবুকত পোৱা লিংক ক্লিক কৰি চিকিৎ‍সকজনে হেৰুৱালে কোটি টকা। ফেচবুকৰ লিংক মতেই

ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰা সিদ্ধান্তৰ বিৰোধিতা ৮ টা সংগঠনৰ…

ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰা সিদ্ধান্তৰ বিৰোধিতা ৮ টা সংগঠনৰ…

অসম চৰকাৰে কেবিনেটত ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰি কালিচৰণ ব্ৰহ্ম নামেৰে নামাকৰণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে আক্ৰাছুৰ লগতে প্ৰায় ৮ টাকৈ সংগঠনে। উল্লেখ্য যে, কোচ ৰাজবংশী সম্প্ৰদায়ৰ জমিদাৰ লোকে

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুষ্ট ৰূপঃ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত ১১ জন

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুষ্ট ৰূপঃ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত ১১ জন

উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতি। ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কেইবাটাও অঞ্চলত চলাইছে ব্যাপক ধ্বংসলীলা। জানিব পৰা মতে, এই দুৰ্ঘটনাত এই পৰ্যন্ত ১১ গৰাকীৰ মৃত্যু হোৱা লগতে আৱদ্ধ