তামুলপুৰ আৰক্ষী জিলাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দ্বাৰকুছিৰ ঘোগা দলঙৰ পাৰত গাঞ্জা ভৰ্তি এল্ট গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত এল্টখনৰ নম্বৰ হৈছে এছ- ০১ -ডি ইউ- ৭৩৮৩ ৷ গান্ধীবাৰী আৰক্ষীৰে গাঞ্জাসহ এল্ট গাড়ী এখন দ্বাৰকুছি অভিমুখে আহি থকাৰ খবৰ লাভ কৰে ৷ গান্ধীবাৰী
Category: Assamese News
শীঘ্ৰেই আলোচনা পন্থী আলফা গোটেৰে শান্তি চুক্তিৰ সম্ভাৱনা চৰকাৰৰ । বৃহস্পতিবাৰে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে । লগতে নেতাগৰাকীয়ে কয় যে যদিহে ডিএনএলএ বিচৰা ধৰণে ভাৰত চৰকাৰে সকলো দাবী মানি ল’বলৈ প্ৰস্তুত হয় তেনেহ’লে মে’ মাহৰ ভিতৰত শান্তি চুক্তিৰ সম্ভাৱনা আছে । লগতে আলোচনা
শুভ যোগত ৰবি যোগৰ গণনা কৰা হয়। এইবাৰ ২৯ এপ্ৰিল, শনিবাৰে ৰবি যোগ গঠন হৈছে। দুপৰীয়াৰ পৰা গোটেই ৰাতিলৈকে ৰবি যোগ থাকিব আৰু পিছদিনা সূৰ্য্য উদয়লৈকে এই যোগ থাকিব। আজিৰ দিনটোত শনিবাৰে সূৰ্য্য আৰু শনিক পূজা কৰাৰ কাকতলীয়া সংঘটিত হয়। ৰবি যোগত সূৰ্য্য ঈশ্বৰৰ প্ৰভাৱ বেছি। ইয়াৰ বাবেই ই এক
জিলা পৰিবহণ বিভাগৰ আজৱ কাণ্ড। বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ নামত ই–ৰিক্সাৰ পৰা কাটিলে চালান। ১০ হাজাৰ টকাৰ চালান কাটিলে এজন লোকৰ। ইয়াকে লৈ ছয়মাইল উৰণীয়া সেঁতুৰ তলত অৰ্ধশতাধিক ই–ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা পৰিবহণ বিভাগৰ বিষয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। বিগত দুটা দিনত জিলা পৰিবহন বিভাগে জব্দ কৰিছে
কংগ্ৰেছৰ বিশ্বাসঘাটকতা পাহৰা নাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ মিত্ৰতা প্ৰসংগ আহিলে অখিলৰ আহি পৰে কংগ্ৰেছৰ বিশ্বাসঘাটকতাৰ প্ৰসংগ ৷ হয়, ১৯ৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ বিধায়ক অখিল গগৈক বিশ্বাসঘাটকতা কৰিছিল কংগ্ৰেছে ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে অন্তিম পৰ্য্যায়ত মিত্ৰতা ভংগ কৰিছিল অখিল গগৈৰ দলৰ সতে ৷ আনকি