মধ্যপ্ৰদেশৰ ইন্দোৰৰ ন-কইনা সোনমৰ নিখোঁজ ৰহস্যৰ আঁৰত কি? কি কি নতুন তথ্য পাইছে আৰক্ষীয়ে? মধ্যপ্ৰদেশৰ ইন্দোৰৰ যুৱক ৰজা ৰঘুবংশীৰ ক্ষতবিক্ষত দেহ উদ্ধাৰ হলেও এতিয়াও সন্ধান লাভ কৰিব পৰা হোৱা নাই পত্নী সোনমৰা আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি বিগত ২৩ মেৰ দুপৰীয়া ১ বজাত আত্মীয়ৰ সৈতে শেষ কৰা হৈছিল সোনমৰা মেঘালয় ফুৰিবলৈ
Category: Assamese News
♻️.পথ দুৰ্ঘটনাত থিতাতে এজন বাইক আৰোহী নিহত হোৱা বুলি জানিবলৈ পোৱা গৈছে ♻️.জানিব পৰা অনুসৰি নিহত হোৱা বাইক আৰোহী ১৪ বছৰীয়া মকছিদুল ইছলামচিৰাং জিলাৰ পানবাৰী টেকাইমাৰীৰ ♻️.AS 26 G 7513 বাইক আৰু RJ 18 GC 1369 নম্বৰ ট্ৰাকৰ মাজত সংগঠিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ♻️.ঘটনাস্থলিত সৰভোগ আৰক্ষী উপস্থিত হে
পুৱা ৬ বজাত নিৰংকুশ নাথ সহ আটাই কেইগৰাকী প্ৰতিবাদকাৰীক মুকলি: দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত,এইবাৰ দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে নিশাই ডিৱাইএফআইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথক আটক কৰিছিল৷সমান্তৰালকৈ ডিৱাইএফআইৰ সদস্যা উৎপলা দাসক,এছএফআইৰ ৰাজ্যিক সদস্য ৰাজদ্বীপ মহন্তক,এছএফআইৰ কটন বিশ্ববিদ্যালয় গোটৰ সদস্য নৌছাদ ৰছিদ,এছএফআইৰ ৰাজ্যিক সদস্য আলোক নৰহকো
👉ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসে চূড়ান্ত ৰূপ ধাৰন কৰা পৰিলক্ষিত হৈছে। 👉চলিত বৰ্ষতে সীমান্তৱৰ্তী মাজুলী চাহ বাগিছাৰ আৰু সাতঘৰীয়াত দুগৰাকী কৈ লোকে প্ৰাণ হেৰুওৱাৰ সমান্তৰালকৈ আজি জিলা খনৰ ঘোঁৰাডাক নেপালী গাঁৱত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় দুগৰাকীকৈ লোক। 👉নিশা শুই থকা অৱস্থাত প্ৰায় ১০ মান বজাত গাঁওখনত প্ৰৱেশ কৰা হাতীটোৱে
প্ৰায় ডেৰ বছৰ পূৰ্বে চৈধ্য কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এই চৰকাৰী আইন মহাবিদ্যালয়খন। মহাবিদ্যায়খন বাহিৰৰ পৰা আটকধুনীয়া যদিওআজিলৈ আৰম্ভণিয়েই কৰা নহ’ল এই মহাবিদ্যায়খনৰ পাঠদান। ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ দাবী যে,অচিৰেই এই মহাবিদ্যালয়খন আৰম্ভ নকৰিলে গঢ়িটোলা হ’ব তীব্ৰ আন্দোলন। এই বিষয়ত ৰঙিয়া