হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ সালসলনি। মন্ত্ৰী কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হৈছে স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী কেশৱ মহন্তক পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে মীন, আবকাৰী, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ দায়িত্ব দিয়া হৈছে মহন্তক। মীন, আবকাৰী বিভাগৰ দায়িত্ব আছিল পৰিমল শুক্লবৈদ্যৰ হাতত।
Category: Assamese News
GUWAHATI,June 17: A two-day long workshops were conducted on “Vermicomposting and it’s application” and “Solid Waste Management” at Jalkhana Bhathuakhana High School in Tihu on 14 and 15 June. The programme was sponsored by Ministry of Environment, Forest and Climate Change, govt. Of India and Organized by Assam Science Technology
আজি পবিত্ৰ ঈদ-উল-আজহা। বিশ্বজুৰি ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদৰ উছাহ। পুৱাই ঈদগাহ-মছজিদত নামাজত অংশগ্ৰহণ ইছলামধৰ্মী লোকৰ। ঈদ-উল-আজহাত কুৰবাণী দিয়াৰ আছে বিশেষ প্ৰথা। প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত ম্লান ঈদৰ আনন্দ। ঈদগাহ আৰু মছজিদ চৌহদত পানী জমা হোৱাত নামাজত বাধাৰ সৃষ্টি হৈছে। ঈদ-উল-আজহাৰ ইতিহাস এই উদযাপনত খ্ৰীষ্টান আৰু ইহুদী ধৰ্মত ইব্ৰাহীম বুলিও
আমাৰ আশে-পাশে এনে বহু পাত, ফুল আদি আছে যিবিলাক আমাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী। এনে এটা পাত হ’ল তেজপাত। ইয়াত এণ্টি অক্সিডেন্ট, কপাৰ, কেলচিয়াম আৰু আইৰণ আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰৰ বিভিন্ন সমস্যা ৰোধ কৰাত সহায় কৰে। জনপ্ৰিয় বিশেষজ্ঞ প্ৰিয়ংকা জয়ছোৱালে কয় যে তেজপাতৰ চাহ খোৱাটো স্বাস্থ্যৰ বাবে অতি
কংগ্ৰেছত চাফাই হ’ব গাড্ডাৰ, বিশ্বাসঘাতক৷ গাড্ডাৰ, বিশ্বাসঘাতকক আঁতৰাবলৈ কংগ্ৰেছৰ আইনী যুঁজ৷ আইনী যুঁজৰ দায়িত্বত নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন৷ কংগ্ৰেছৰ ভোটত জয়লাভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমৰ্থন কৰা ৫ বিধানসভা সমষ্টিত কংগ্ৰেছ বিচাৰিছে উপ-নিৰ্বাচন৷ যি ৫ সমষ্টিৰ কংগ্ৰেছী বিধায়কক পূৰ্বে নিলম্বন কৰিছিল৷ দলৰ বিৰুদ্ধাচৰণ কৰি চৰকাৰী পক্ষক সমৰ্থন কৰা