Advertisement

Category: Assamese News

নগাঁৱৰ ৰহাত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰা ব্যৱস্থাৰ শুভাৰম্ভ

নগাঁৱৰ ৰহাত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰা ব্যৱস্থাৰ শুভাৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :–কৃষক সকলৰ সুবিধাৰ্থে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ‌ই গ্ৰহণ কৰিছে এক উল্লেখযোগ্য পদক্ষেপ। অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি কৃষি বিজ্ঞান কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত ৰহা মহকুমা কৃষি বিভাগৰ অধীনস্থ বগৰিগুৰি পথাৰত

ধিঙত বাঘৰ আক্ৰমণত বন বিভাগৰ এজন লোক গুৰুতৰ ভাৱে আহত

ধিঙত বাঘৰ আক্ৰমণত বন বিভাগৰ এজন লোক গুৰুতৰ ভাৱে আহত

ধিঙত বাঘৰ আক্ৰমণ এজনক । বাঘৰ আক্ৰমণত বন বিভাগৰ এজন লোক গুৰুতৰ ভাৱে আহত । আহত লোকজন ফনিধৰ দেউৰী বুলি জানিব পৰা গৈছে । আহত লোকজনক সংকটজনক অৱস্থাত ধিং FRU

নগাঁৱৰ ৰাইডঙীয়া বৰি বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

নগাঁৱৰ ৰাইডঙীয়া বৰি বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

B.J. Electronic নামৰ এখন প্ৰতিষ্ঠানত নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলতেই জ্বলি ভস্মীভূত হয় প্ৰতিষ্ঠানৰ সা-সামগ্ৰী। প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়। লেপটপ, মবাইল হেণ্ডছেট, মবাইলৰ সামগ্ৰী, লাইট, ফেনকে ধৰি

অসম চৰ-চাপৰি সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

অসম চৰ-চাপৰি সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–অসমৰ চৰ-চাপৰি জনগোষ্ঠীৰ সাহিত্য অনুষ্ঠান অসম চৰ-চাপৰি সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে অনুষ্ঠিত হয়। চৰ-চাপৰি সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলনৰে

বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–নগাঁও জিলাৰ বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰ,বৰদোৱাৰ সহযোগত ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে বটদ্ৰৱা থান