শনিবাৰ হৈছে শনি দেৱৰ দিন ।অৰ্থাৎ শনি দেৱক পুঁজিবৰ দিন বা পূজা কৰা দিন।মান্যতাৰ অনুসৰি মনুষ্যৰ-সকলো ভাল-বেয়া কাৰ্য্যৰ ফল শনি দেৱেই দিয়ে। আমি সকলোৱে জানো যে শনি দেৱ কাৰোবাৰ ওপৰত
Category: Assamese News
যিকালত ত্ৰৈলোক্যৰ ঈশ্বৰ কৃষ্ণই মথুৰাত উপজিছিল.., সেই কালত.. লক্ষ্মী দেৱীয়ো.. স্বামীক সেৱা কৰিবলৈ.. বিদৰ্ভৰ ৰাজ্যৰ ৰজা ভীষ্মকৰ ঘৰত অৱতাৰ হৈছিল। ৰুক্মিণী আছিল-ৰূপত ত্ৰিভূৱন মোহিনী। দেশান্তৰী পণ্ডিত সজ্জন.., নট-ভাট আদিয়ে গাই
নিজৰ সন্তানটো সকলোতকৈ অধিক ভাগ্যৱান,গুণৱান,ধনৱান তথা এজন সফল ব্যক্তি হোৱাটো প্ৰতিগৰকী মাতৃৰে সপোন। সন্তান বয়সত যিমানেই ডাঙৰ নহওক কিয় এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ চিন্তা ওৰে জীৱনটো কৰি থাকে।মাতৃৰ সদয়ে চিন্তা
মূৰৰ বিষ, জ্বৰ আৰু অন্যান্য মৃদু স্বাস্থ্য সমস্যাৰ পৰা সকাহ পোৱাৰ বাবে বহুতৰ বাবে এক অভাৰ-দ্য-কাউণ্টাৰ ঔষধ, পেৰাচিটামল (paracetamol) প্ৰথম পছন্দ হৈ আহিছে। যেতিয়া ঔষধ এটা ইমান ব্যাপকভাৱে ব্যৱহাৰ কৰা
হালধি হৈছে এনে এক মচলা, যি প্ৰতিঘৰ ভাৰতীয় লোকৰ ঘৰত অতি সহজে উপলব্ধ। সকলোৱে প্ৰায়ে ইয়াৰ লাভালাভৰ বিষয়ে শুনি আহিছোঁ, কিয়নো ই পূৰ্বৰ পৰাই আয়ুৰ্বেদিক ঔষধৰ বাবে জনাজাত। যদি দেখা