কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ আতঁৰাই নিয়াতো অগপ দলৰ বাবে অপমান জনক ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ কাজিৰঙাত এক সংবাদ মেলযোগে অখিল গগৈয়ে মন্তব্য কৰে যে কেশৱ মহন্তই স্বাস্থ্য বিভাগটো সুন্দৰভাৱে চলাই থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৰা এই অপমানৰ বিৰুদ্ধে দলৰ সভাপতি, কাৰ্যকৰী সভাপতিৰ লগতে দলৰ বিষয়ববীয়া
Category: Assamese News
মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ এলেকাৰ বাসিন্দালৈ সতৰ্কতা জাৰি ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা ৰাইজক আঁতৰি থকাৰ নিৰ্দেশনা কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত এই তালিকাত আছে চানমাৰি,কাহিলিপাৰা,খানাপাৰা,বোন্দা ইত্যাদি
অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত এজন জোৱান গুলীবিদ্ধ হৈ মৃত্যু হয়। বুধবাৰে পুৱা প্ৰায় ৫.২৫ বজাত সংঘটিত হয় এই ঘটনা। মৃত জোৱানজন আম্বেদকাৰ নগৰৰ ২৫ বছৰীয়া শত্ৰুঘ্ন বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,মৃত জোৱানজনৰ সতীৰ্থ সকলে পুৱা সেই স্থানত গুলীৰ শব্দ শুনে। লগে লগে উক্ত
আজি আৰু কাইলৈ অসমৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। ৮খন জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ১২খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ১৫খন জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, আজিৰ দিনটোত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও আৰু ডি হাছাও
হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ সালসলনি। মন্ত্ৰী কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হৈছে স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী কেশৱ মহন্তক পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে মীন, আবকাৰী, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ দায়িত্ব দিয়া হৈছে মহন্তক। মীন, আবকাৰী বিভাগৰ দায়িত্ব আছিল পৰিমল শুক্লবৈদ্যৰ হাতত।