Category: Assamese News

পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত; হত্যাকাণ্ডক কেন্দ্ৰ কৰি মণিপুৰত উত্তেজনা

পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত; হত্যাকাণ্ডক কেন্দ্ৰ কৰি মণিপুৰত উত্তেজনা

👉পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত ৷ 👉হত্যাকাণ্ডক কেন্দ্ৰ কৰি মণিপুৰত উত্তেজনা ৷ 👉জিৰিবামত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ 👉ছৈবাম শৰৎ কুমাৰ সিং নামৰ ৫৯ বছৰীয়া লোকক শিৰচ্ছেদ ৷ 👉খেতি পথাৰত কাম কৰি থকোতে কেইবাজনো অস্ত্ৰধাৰী দুর্বৃত্তই নৃশংসভাৱে হত্যা কৰে ৷ 👉একাংশ কুকি লোকৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷ 👉ঘৰ-দুৱাৰ এৰি পলায়ন কৰিছে

মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল !

মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল !

মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল, চিবিআইৰ অভিযোগনামা দাখিল মণিপুৰ আৰক্ষীৰ জোৱানসকলে তেওঁলোকৰ চৰকাৰী জিপচীত আশ্ৰয় বিচৰা কুকি-জোমী সম্প্ৰদায়ৰ মহিলা দুগৰাকীক কাংপোকপি জিলাৰ প্ৰায় ১,০০০ মেইটি প্ৰতিবাদকাৰীৰ ভিৰ মাজলৈ লৈ গৈছিল। চিবিআইৰ অভিযোগপত্ৰত এনেদৰেই কোৱা হৈছে। অভিযোগনামাখনত লগতে কোৱা হৈছে যে ৰাজ্যখনত জাতিগত

মোদী কেবিনেটত অসমৰ পৰা কোনে পাব স্থান, ব্যাপক কুজকাৱাজ আৰম্ভ, মন্ত্ৰীসভাত সোণোৱালৰ লগতে চৌধুৰী অথবা পৰিমল শুক্লবৈদ্য!

মোদী কেবিনেটত অসমৰ পৰা কোনে পাব স্থান, ব্যাপক কুজকাৱাজ আৰম্ভ, মন্ত্ৰীসভাত সোণোৱালৰ লগতে চৌধুৰী অথবা পৰিমল শুক্লবৈদ্য!

অহা ন জুনত শপতগ্রহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত অসমৰ পৰা কোনে স্থান লাভ কৰিব? ইয়াকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে। মোদীৰ যোৱা কার্যকালত অসমৰ পৰা দুজনে মন্ত্রীসভাত স্থান লাভ কৰিছিল। এইবাৰো এই সংখ্যাৰ ব্যতিক্রম নহয় বুলি বিজেপিৰ শীর্ষ সূত্ৰত প্রকাশ; কিন্তু এই দুই সৌভাগ্যবান কোন হ’ব? দলীয় সূত্ৰৰ

মহানগৰীত উৎকোচ লৈ দুৰ্নীতি নিৰ্বাৰকৰ জালত লাট মণ্ডল সহ দালাল

মহানগৰীত উৎকোচ লৈ দুৰ্নীতি নিৰ্বাৰকৰ জালত লাট মণ্ডল সহ দালাল

মহানগৰীত উৎকোচ লৈ পুনৰ আটক হ’ল লাট মণ্ডল সহ এটা দালাল ৷ গুৱাহাটী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল স্বপ্না মেধিক পাঁচ হাজাৰ টকা ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ লগতে গ্ৰেপ্তাৰ কৰে মাহফুজুৰ ৰহমান নামৰ দালাল এটাক ৷ মাটিৰ নামজাৰিৰ নামত লাট মণ্ডলৰ হৈ আটকাধীন দালালটোৱে লৈছিল

তৰমুজৰ সৈতে খাইছে নেকি ইয়াৰ নেকি বীজো? ই উপকাৰী নে অপকাৰী? কি হ’ব পাৰে শৰীৰত?

তৰমুজৰ সৈতে খাইছে নেকি ইয়াৰ নেকি বীজো? ই উপকাৰী নে অপকাৰী? কি হ’ব পাৰে শৰীৰত?

গৰমৰ দিনত জনপ্ৰিয় ফল হ’ব তৰমুজ। বহুতেই তৰমুজৰ সৈতে ইয়াৰ বীজো খায় থয়। কিন্তু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নে উপকাৰী? সঁচাকৈ তৰমুজৰ বীজ খোৱা নিৰাপদনে? ইয়াৰ ফলত কিবা ক্ষতি হয় নেকি শৰীৰৰ? বগা বীজ পোৱা যায় বীজহীন তৰমুজত। আচলতে সেইবোৰ বীজৰ খোলা। এইবোৰ নিৰাপদ। আনহাতে, ক’লা বীজ সাধাৰণ তৰমুজত পোৱা