Category: Assamese News

পেট্ৰ’ল-ডিজেলৰ নতুন দাম জাৰি, চাওক আপোনাৰ চহৰত কিমান দাম আজি

পেট্ৰ’ল-ডিজেলৰ নতুন দাম জাৰি, চাওক আপোনাৰ চহৰত কিমান দাম আজি

চৰকাৰী তেল কোম্পানীসমূহে প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল-ডিজেলৰ দাম প্ৰকাশ কৰে। দেশত ইন্ধনৰ দাম আন্তঃৰাষ্ট্ৰীয় স্তৰত অপৰিশোধিত তেলৰ দামৰ ওপৰত নিৰ্ভৰ কৰে। অপৰিশোধিত তেলৰ দামৰ উত্থান-পতনৰ ফলত ভাৰতত ইন্ধনৰ দামৰ সালসলনি হয়। বুধবাৰে দেশৰ ৰাজধানী দিল্লীসহ আন মহানগৰত পেট্ৰ’ল-ডিজেলৰ দাম কিমান? ৬ জুনতো পেট্ৰ’ল-ডিজেলৰ নতুন দাম জাৰি কৰা হৈছে। একাংশ

শনিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ, মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত কোন কোন উপস্থিত থাকিব?

শনিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ, মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত কোন কোন উপস্থিত থাকিব?

বুধবাৰে দিল্লীত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত নৰেন্দ্ৰ মোদীক এন ডি এৰ নেতা হিচাপে নিৰ্বাচন কৰাৰ পিছত একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে মোদী। শনিবাৰেই মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপালকে ধৰি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব।

আকৌ ৰাজ্যৰ কেইবাখনো জিলাত Orange Alert আৰু Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

আকৌ ৰাজ্যৰ কেইবাখনো জিলাত Orange Alert আৰু Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ল’ব পাৰে বতৰ। ইতিমধ্যে নগাঁও আৰু কাছাৰ জিলাৰ ভিন্নপ্ৰান্ত বানত বিধ্বস্ত হৈ পৰিছে। তাৰ মাজতে কেইবাখন জিলাত Orange Alert আৰু Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, তামুলপুৰ, বজালী, নলবাৰী, বৰপেটা, গোৱালপাৰা, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি

অসমৰ ৰাইজ শুই থকা সিংহ, আজি সিংহ সাৰ পাইছে : ভূপেন বৰা

অসমৰ ৰাইজ শুই থকা সিংহ, আজি সিংহ সাৰ পাইছে : ভূপেন বৰা

ধুবুৰী আৰু যোৰহাট সমষ্টিত জয়লাভৰ পিছতে উৎফুল্লিত কংগ্ৰেছ শিবিৰ। যোৰহাটত গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ বিপৰীতে ধুবুৰীত অভিলেখ ভোটৰ ব্যৱধানত জয়লাভ কৰে ৰকিবুল হুছেইনে। আজমলৰ দুৰ্গৰূপে খ্যাত ধুবুৰীত ৰকিবুল হুছেইনে অভিলেখ ভোটত জয়লাভ কৰাটোৱে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। ইপালে, নিৰ্বাচনী ফলাফলৰ মাজতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি

দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী ৰকিবুল, ৰকিবুল হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী ৰকিবুল, ৰকিবুল হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

বহু উৎকণ্ঠাৰ অন্তত অৱশেষত মঙলবাৰে ঘোষণা হ’ল দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। ঘোষণা কৰা হ’ল অসমৰো ১৪টা লোকসভা সমষ্টিৰ ফলাফল। AIUDFৰ বদৰুদ্দিন আজমলৰ দূৰ্গৰূপে পৰিচিত ধুবুৰী লোকসভা সমষ্টিত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট