Advertisement

Category: Assamese News

কলিয়াবৰ,জখলাবন্ধাৰ বানপীড়িতৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ

কলিয়াবৰ,জখলাবন্ধাৰ বানপীড়িতৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,৩জুলাই:–বানপানীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো বুধবাৰে নগাঁও জিলাৰ কলিয়াবৰত বানপীড়িত ৰাইজে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বান পানীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লোকে

কলিয়াবৰৰ হাতীমূৰাৰ মথাউৰিত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা-মন্ত্ৰী কেশৱ মহন্ত,মথাউৰি নিৰ্মাণত বিসংগতি থাকিলে তদন্ত

কলিয়াবৰৰ হাতীমূৰাৰ মথাউৰিত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা-মন্ত্ৰী কেশৱ মহন্ত,মথাউৰি নিৰ্মাণত বিসংগতি থাকিলে তদন্ত

নিউজ ব্যুৰ’,নগাঁও,২জুলাই :–কলিয়াবৰৰ হাতীমূৰা মথাউৰিৰ ভগ্ন অংশত মঙলবাৰে নিশা আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে নিশা মথাউৰিৰ ভগা অংশত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শীঘ্ৰে ভগা

দিল্লী যন্তৰ মন্তৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনিঘণ্টীয়া ধৰ্ণা

দিল্লী যন্তৰ মন্তৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনিঘণ্টীয়া ধৰ্ণা

👉দিল্লীৰ যন্তৰ মন্তৰত  ৰাতিপুৱা ১০ বজাৰ পৰা ১:০০ বজালৈ সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনি ঘণ্টীয়া ধৰ্ণা 👉অসমৰ বসবাস কৰা ভূমি পুত্ৰ চাওঁতাল সকল জনজাতিকৰণ দাবীৰে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ 👉বনাঞ্চলত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি চৰম ভাবুকি,কলিয়াবৰৰ হাতীমূৰাত গাইড বান্ধ ভঙাত হাহাকাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি চৰম ভাবুকি,কলিয়াবৰৰ হাতীমূৰাত গাইড বান্ধ ভঙাত হাহাকাৰ

নিউজ ব্যুৰ’,নগাঁও,২জুলাই:-বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ প্ৰতি আহিছে চৰম ভাবুকি। বিশেষকৈ ওখ ঠাইৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত যান-বাহনৰ

‘Cash for Marks’ -এ কঁপাইছে গুৱাহাটী বিশ্ববিদ্যালয়

‘Cash for Marks’ -এ কঁপাইছে গুৱাহাটী বিশ্ববিদ্যালয়

ছাত্ৰৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়। Cash fo Marks-এ কঁপাইছে বিশ্ববিদ্যালয়খন। সমগ্ৰ ঘটনা পুংখানুপুংখকৈ তদন্তৰ দাবী শিক্ষাৰ্থীৰ। বিশ্ববিদ্যালয়খনত ধনৰ বিনিময়ত মাৰ্কশ্বীটত নম্বৰ বৃদ্ধিৰ কেলেংকাৰি। ১২-১৩ হাজাৰ টকাতে শিক্ষাৰ্থীয়ে বৃদ্ধি কৰিব পাৰে