মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল, চিবিআইৰ অভিযোগনামা দাখিল মণিপুৰ আৰক্ষীৰ জোৱানসকলে তেওঁলোকৰ চৰকাৰী জিপচীত আশ্ৰয় বিচৰা কুকি-জোমী সম্প্ৰদায়ৰ মহিলা দুগৰাকীক কাংপোকপি জিলাৰ প্ৰায় ১,০০০ মেইটি প্ৰতিবাদকাৰীৰ ভিৰ মাজলৈ লৈ গৈছিল। চিবিআইৰ অভিযোগপত্ৰত এনেদৰেই কোৱা হৈছে। অভিযোগনামাখনত লগতে কোৱা হৈছে যে ৰাজ্যখনত জাতিগত
Category: Assamese News
অহা ন জুনত শপতগ্রহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত অসমৰ পৰা কোনে স্থান লাভ কৰিব? ইয়াকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে। মোদীৰ যোৱা কার্যকালত অসমৰ পৰা দুজনে মন্ত্রীসভাত স্থান লাভ কৰিছিল। এইবাৰো এই সংখ্যাৰ ব্যতিক্রম নহয় বুলি বিজেপিৰ শীর্ষ সূত্ৰত প্রকাশ; কিন্তু এই দুই সৌভাগ্যবান কোন হ’ব? দলীয় সূত্ৰৰ
মহানগৰীত উৎকোচ লৈ পুনৰ আটক হ’ল লাট মণ্ডল সহ এটা দালাল ৷ গুৱাহাটী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল স্বপ্না মেধিক পাঁচ হাজাৰ টকা ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ লগতে গ্ৰেপ্তাৰ কৰে মাহফুজুৰ ৰহমান নামৰ দালাল এটাক ৷ মাটিৰ নামজাৰিৰ নামত লাট মণ্ডলৰ হৈ আটকাধীন দালালটোৱে লৈছিল
গৰমৰ দিনত জনপ্ৰিয় ফল হ’ব তৰমুজ। বহুতেই তৰমুজৰ সৈতে ইয়াৰ বীজো খায় থয়। কিন্তু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নে উপকাৰী? সঁচাকৈ তৰমুজৰ বীজ খোৱা নিৰাপদনে? ইয়াৰ ফলত কিবা ক্ষতি হয় নেকি শৰীৰৰ? বগা বীজ পোৱা যায় বীজহীন তৰমুজত। আচলতে সেইবোৰ বীজৰ খোলা। এইবোৰ নিৰাপদ। আনহাতে, ক’লা বীজ সাধাৰণ তৰমুজত পোৱা
চৰকাৰী তেল কোম্পানীসমূহে প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল-ডিজেলৰ দাম প্ৰকাশ কৰে। দেশত ইন্ধনৰ দাম আন্তঃৰাষ্ট্ৰীয় স্তৰত অপৰিশোধিত তেলৰ দামৰ ওপৰত নিৰ্ভৰ কৰে। অপৰিশোধিত তেলৰ দামৰ উত্থান-পতনৰ ফলত ভাৰতত ইন্ধনৰ দামৰ সালসলনি হয়। বুধবাৰে দেশৰ ৰাজধানী দিল্লীসহ আন মহানগৰত পেট্ৰ’ল-ডিজেলৰ দাম কিমান? ৬ জুনতো পেট্ৰ’ল-ডিজেলৰ নতুন দাম জাৰি কৰা হৈছে। একাংশ