Category: Assamese News

স্বামী আছিল শিৱ ভক্ত কিন্তু পত্নীয়ে নকৰিছিল শিৱ পূজা !

স্বামী আছিল শিৱ ভক্ত কিন্তু পত্নীয়ে নকৰিছিল শিৱ পূজা !

খন গাওঁত ৰঞ্জিত নামৰ এজন খৰিকতীয়া আছিল। তেওঁ ভগৱান শিৱৰ পৰম ভক্ত আছিল। কিন্তু ৰঞ্জিতৰ পত্নী লিলিয়ে ভগৱানক বিশ্বাস নকৰিছিল।ইফালে ৰঞ্জিতে দিনে ৰাতিয়ে মহাদেৱক প্ৰাৰ্থনা কৰিছিল যে, তাৰ পত্নীয়ে যাতে সৎ বুদ্ধি পায় আৰু যাৰ বাবে তায়ো পূজা অৰ্চনা কৰে। ৰঞ্জিতে পুৱা সোনকালে উঠি পূজা পাঠ কৰি খৰি কাটিবলৈ হাবিলৈ

পানীত মোবাইল পৰি গ’লে কি কৰিব? লগে লগেই কৰক এই কাম, মোবাইলৰ ভিতৰৰ সোমোৱা পানী ওলাই যাব

পানীত মোবাইল পৰি গ’লে কি কৰিব? লগে লগেই কৰক এই কাম, মোবাইলৰ ভিতৰৰ সোমোৱা পানী ওলাই যাব

মোবাইল পানীত পৰিলে বেয়া হোৱাৰ সম্ভাৱনাই যথেষ্ট বেছি। যদি কেতিয়াবা আপোনাৰ মোবাইলটো পানীত পৰি যায় অথবা বৰষুণত তিতে, তেতিয়া লগে লগে কি কৰিব জানি লওক মোবাইলৰ আটাইতকৈ বেছি ক্ষতি কৰে পানীয়ে, কাৰণ এবাৰ পানীত পৰিলে মোবাইল নষ্ট হোৱাৰ সম্ভাৱনা বহুত বেছি। যদি হঠাৎ আপোনাৰ মোবাইলটো পানীত পৰে তেন্তে তৎক্ষণাত কি

হঠাৎ অসুস্থ হৈ পৰিল বলিউদৰ কিং খান, ততাতৈয়াকৈ ভৰ্তি চিকিৎসালয়ত

হঠাৎ অসুস্থ হৈ পৰিল বলিউদৰ কিং খান, ততাতৈয়াকৈ ভৰ্তি চিকিৎসালয়ত

হঠাৎ অসুস্থ হৈ পৰিল বলিউদৰ কিং খান শ্বাহৰুখ খান। অভিনেতাগৰাকীক আহমেদাবাদৰ কে ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বুধবাৰে পুৱা ১১ বজাৰ ওচৰত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলৰ অন্তত তেওঁৰ অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল অভিনেতাগৰাকীয়ে। তাৰ পিছত আজি দিনৰ ১ বজাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। খবৰ অনুসৰি ডিহাইড্ৰেচনৰ বাবে

অনিশ্চয়তাত গুৱাহাটীৰ পানী যোগান ব্যৱস্থা

অনিশ্চয়তাত গুৱাহাটীৰ পানী যোগান ব্যৱস্থা

অনিশ্চয়তাত গুৱাহাটীৰ পানী যোগান ব্যৱস্থা। বিভাগীয় মন্ত্ৰীয়ে সদনত দিয়া তথ্য অনুসৰি ২০২৫ৰ ভিতৰতেই গুৱাহাটী বাসীয়ে লাভ কৰিব ঘৰে ঘৰে পানী। কিন্তু ৰাজ্য চৰকাৰৰ এটা বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া শপতনামাই উন্মোচিত কৰিছে আন এক তথ্য। ২০২৯চনলৈকে দক্ষিণ পূব গুৱাহাটীৰ পানী যোগান আঁচনিৰ কাম নহ’ব সম্পূৰ্ণ। শপতনামাত দিয়া এই তথ্যৰ পিছতেই

পুষ্টিকৰ বুলি খাই থকা কল, আপেলে আপোনাৰ উপকাৰ কৰিব নে অপকাৰ?

পুষ্টিকৰ বুলি খাই থকা কল, আপেলে আপোনাৰ উপকাৰ কৰিব নে অপকাৰ?

আপুনি পুষ্টিকৰ বুলি খাই থকা কল-আপেলে আপোনাৰ উপকাৰ কৰিবনে অপকাৰ। শুনি খাপচৰা যেন লাগিলেও এতিয়া এই প্ৰশ্ন প্ৰাসংগিক। কাৰণ সুস্বাদু আৰু স্বাস্থ্যসন্মত ফলৰ নামত হয়তো আপুনিও খাই আছে বিষাক্ত, শৰীৰৰ বাবে অপকাৰী ফল-মূল। দুষ্ট চক্ৰই ফলৰ নামত আপোনাক খুৱাইছে নেকি বৰবিহ? হয় ঠিকেই শুনিছে। আপুনি খাই ভালপোৱা ফলত এতিয়া বৰবিহ