সংগ্ৰাম জীৱনৰ আন এটা নাম। কিন্তু এই সংগ্ৰামৰ যুঁজত মাত্ৰ এঘাৰ বছৰ বয়সতে নামি পৰিছে এটি শিশু। নগাঁৱৰ ৰাজপথত কলম হাতত লৈ জীৱন-সংগ্রামত ব্রতী এই শিশুটি। সময় আৰু পৰিস্থিতিয়ে এই শিশুটিক যেন বাধ্য কৰাইছে জীৱন-সংগ্ৰামৰ এই যুঁজখনত অৱতীর্ণ হ’বলৈ। এফালে এমুঠি অন্ন যোগান আৰু আনফালে বিদ্যালয়লৈ যোৱাৰ তাগিদাৰ মাজতে এই
Category: Assamese News
আদবাটতে মৃত্যু যুৱ অধিবক্তা নম্ৰতা বৰা… বন্ধুৰ সৈতে শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুমুখত পৰে এগৰাকী আইনৰ ছাত্ৰী। মঙলবাৰে নিশা ৫ বন্ধু-বান্ধৱীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্রতা বৰা নামৰ যুৱতীগৰাকী। কিন্তু পুৱতি নিশা ওভতি অহা পথত ৰিভয় জিলাৰ ওচৰত দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ বাহনখন। শ্বিলঙৰ পৰা গুৱাহাটীলৈ ওভতাৰ সময়তে ভয়ংকৰ পথ দুর্ঘটনাত
গোসাইগাওঁত চোৰৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ ৰাইজৰ অভিযযোগ গোসাইগাঁও মহকুমা খনতত চৰৰ উপদ্ৰৱ: কেইবা ঠাইত চুৰিকাণ্ড বিগত কেইবা দিনৰ পৰা গোসাইগাওঁ মহকুমাৰ ভাওৰাগুৰী,পদ্মপুখুৰী,গোসাইগাঁও সদৰ চহৰ আদি বিভিন্ন অঞ্চলত চোৰৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ।প্ৰায়ে প্ৰতিদিনে চুৰি ঘটনা হৈয়ে থাকে।দেওবাৰ পুৱতি নিশা ভাওৰাগুৰীত ১১ খনকৈ দোকান আৰু গোসাইগাঁও সদৰ চৰৰ নাট মন্দিৰ ৰ আ
গোসাঁইগাঁও প্ৰেছ ক্লাৱৰ আতিথ্যত যোৱা ২৭ আৰু ২৮ মে’ত দুই দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা বডোলেণ্ড সাংবাদিক সংস্থা চমুকৈ বিজেএ ৰ পঞ্চম দ্বি বাৰ্ষিক অধিৱেশনত ত্ৰিকোণ নিৰ্বাচনৰ যোগেদি গোসাঁইগাঁও প্ৰেছ ক্লাবৰ শংকৰ চৌধুৰীক সভাপতি আৰু তামুলপুৰ প্ৰেছ ক্লাবৰ ৰমেন দাসক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় । নৱ গঠিত কাৰ্য্যনিৰ্বাহক
প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ হব লগীয়া সাংস্কৃতিক অনুষ্ঠান খন স্থগিত ৰখা হ’ল।উত্ত অনুষ্ঠান খন অহা সপ্তাহৰ ভিতৰত বতৰ অনুকূল হলে পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উদযাপন সমিতি।