Advertisement

Category: Assamese News

নাগালেণ্ডৰ আলাংটাকি ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।

নাগালেণ্ডৰ আলাংটাকি ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।

নাগালেণ্ডৰ আলাংটাকি ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা। মোককচাঙৰ উমাবস্তিৰ ভোটাৰলৈ শিলগুটি নিক্ষেপ। শিলগুটি নিক্ষেপৰ ফলত সাময়িকভাৱে স্থগিত ভোটদান।

ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল৷ ছেবাই বাতিল কৰিলে ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি৷

ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল৷ ছেবাই বাতিল কৰিলে ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি৷

ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল৷ ছেবাই বাতিল কৰিলে ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি৷ ৩১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব ছেবাৰ নিৰ্দেশনা৷ নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব ১০৭ খন বিদ্যালয়ে৷ মেট্ৰিকত

শিলসাঁকো বিলত চলি আছে উচ্ছেদ!

শিলসাঁকো বিলত চলি আছে উচ্ছেদ!

গুৱাহাটীৰ শিলসাঁকোত আজি পুনৰ উচ্ছেদ। শিলসাঁকোৰ উচ্ছেদস্থলীত দখল কৰিছিল একাংশ লোকে । শিলসাঁকোত ঘৰ সাজি আকৌ দখল কৰিছিল একাংশই। বিগত ২ দিনে প্ৰশাসনে অবৈধ দখলৰ চলাইছিল চৰজমিন তদন্ত। আজি প্ৰশাসনে

আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাসহ ডাবল মাৰ্ডাৰ কাণ্ডৰ তিনি অভিযুক্তক

আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাসহ ডাবল মাৰ্ডাৰ কাণ্ডৰ তিনি অভিযুক্তক

আজি আদালতত হাজিৰ কৰোৱা হ’ব গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তিনি অভিযুক্তক। ৬ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিব বন্দনা কলিতাৰ। আনহাতে, দেওবাৰেই ৭ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিছিল ধনটি আৰু অৰূপৰ।

মৰ্মন্তুদ-শোকাৱহ : শ্বিলঙত দুৰ্ঘটনাত বৰমাৰ ছয় ব্যক্তিৰ মৃত্যু

মৰ্মন্তুদ-শোকাৱহ : শ্বিলঙত দুৰ্ঘটনাত বৰমাৰ ছয় ব্যক্তিৰ মৃত্যু

বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰৰ বাহন দুৰ্ঘটনাত পতিত। শ্বিলঙৰ নংপোত সংঘটিত ভয়ানক দুৰ্ঘটনাত মৃত্যু ৬জনকৈ ব্যক্তিৰ।  AS-26 B-7908 নম্বৰৰ বাহনেৰে বৰমাৰ পৰা শ্বিলঙলৈ গৈছিল ফাদাৰ সহিতে ৬জনকৈ ব্যক্তি।