গুৱাহাটীৰ শিলসাঁকোত আজি পুনৰ উচ্ছেদ। শিলসাঁকোৰ উচ্ছেদস্থলীত দখল কৰিছিল একাংশ লোকে । শিলসাঁকোত ঘৰ সাজি আকৌ দখল কৰিছিল একাংশই। বিগত ২ দিনে প্ৰশাসনে অবৈধ দখলৰ চলাইছিল চৰজমিন তদন্ত। আজি প্ৰশাসনে
Category: Assamese News
আজি আদালতত হাজিৰ কৰোৱা হ’ব গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তিনি অভিযুক্তক। ৬ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিব বন্দনা কলিতাৰ। আনহাতে, দেওবাৰেই ৭ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিছিল ধনটি আৰু অৰূপৰ।
বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰৰ বাহন দুৰ্ঘটনাত পতিত। শ্বিলঙৰ নংপোত সংঘটিত ভয়ানক দুৰ্ঘটনাত মৃত্যু ৬জনকৈ ব্যক্তিৰ। AS-26 B-7908 নম্বৰৰ বাহনেৰে বৰমাৰ পৰা শ্বিলঙলৈ গৈছিল ফাদাৰ সহিতে ৬জনকৈ ব্যক্তি।
মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে ভোটগ্ৰহণ কৰা হ’ব। ভোটগ্ৰহণৰ বাবে দুয়োখন ৰাজ্যতে প্রস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। মেঘালয়ৰ ৫৯ টা বিধানসভা সমষ্টিৰ বাবে ৩ হাজাৰ ৪১৯টা ভোটগ্রহণ কেন্দ্র
ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক’..। ধূমপানে স্বাস্থ্যৰ বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত হৃদৰোগ, ষ্ট্ৰোক, আনকি হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। WHOৰ এক প্ৰতিবেদন অনুসৰি ধূমপানৰ বাবে প্ৰতিদিনে প্ৰায় ১৪ হাজাৰ