22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত উচ্ছেদ অভিযান

Assamese Newsমহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত উচ্ছেদ অভিযান
  • মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত আজি কামৰূপ মহানগৰ প্ৰশাসন চলাইছে উচ্ছেদ অভিযান ৷
  • পুৱা ভাগৰ পৰা চলা অভিযানত এফালৰ ভাঙি গৈছে ইটোৰ পাছত সিটোকৈ পকী ঘৰ আৰু কেঁচা ঘৰ ৷
  • প্ৰাপ্ত তথ্য মতে,বিলত নিৰ্মাণ কৰা হৈছে ৪৫৩ টাকৈ পকী আৰু কেঁচা ঘৰ ৷ উচ্ছেদৰ লক্ষ্য কৰা হৈছে ১২১ টাকৈ বাসগৃহ ৷
  • উল্লেখ্য যে,তিনিদিন ধৰি চলিব এই উচ্ছেদ অভিযান ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!