ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল৷ ছেবাই বাতিল কৰিলে ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি৷

1 min read
  • ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল৷ ছেবাই বাতিল কৰিলে ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি৷
  • ৩১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব ছেবাৰ নিৰ্দেশনা৷ নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব ১০৭ খন বিদ্যালয়ে৷
  • মেট্ৰিকত বেয়া প্ৰদৰ্শন কৰাৰ বাবে ছেবাৰ এই সিদ্ধান্ত৷ মেট্ৰিকত শূন্যৰ পৰা ১০% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল ২৯৪ খন বিদ্যালয়ৰ৷
  • নিম্ন প্ৰদৰ্শন কৰা বিদ্যালয়ৰ স্বীকৃতি বাতিল কিয় কৰা নহ’ব বুলি জাননী দিছিল ছেবাই৷
  • ছেবাৰ জাননীৰ উত্তৰ দিয়া ১৮৭ খন বিদ্যালয়ক অন্তিম সুযোগ ছেবাৰ৷
  • ২০২৩ৰ মেট্ৰিকৰ ফলাফল উন্নত নহ’লে ১৮৭ খন বিদ্যালয়ৰ ক্ষেত্ৰতো কঠোৰ হ’ব৷
  • ছেবাৰ কাৰণ দৰ্শোৱাৰ জাননীক গুৰুত্ব নিদিয়া ১০৭ বিদ্যালয়ৰ স্বীকৃতি বাতিল৷

You May Also Like

More From Author