22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

শিলসাঁকো বিলত চলি আছে উচ্ছেদ!

Assamese Newsশিলসাঁকো বিলত চলি আছে উচ্ছেদ!
  • গুৱাহাটীৰ শিলসাঁকোত আজি পুনৰ উচ্ছেদ।
    শিলসাঁকোৰ উচ্ছেদস্থলীত দখল কৰিছিল একাংশ লোকে ।
    শিলসাঁকোত ঘৰ সাজি আকৌ দখল কৰিছিল একাংশই। বিগত ২ দিনে প্ৰশাসনে অবৈধ দখলৰ চলাইছিল চৰজমিন তদন্ত।
    আজি প্ৰশাসনে পুনৰ দখলমুক্ত কৰিব শিলসাঁকো বিল ।

  • ২ হাজাৰো অধিক আৰক্ষী মোটায়ন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!