18.4 C
Assam
Wednesday, March 22, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাসহ ডাবল মাৰ্ডাৰ কাণ্ডৰ তিনি অভিযুক্তক

Assamese Newsআজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাসহ ডাবল মাৰ্ডাৰ কাণ্ডৰ তিনি অভিযুক্তক

আজি আদালতত হাজিৰ কৰোৱা হ’ব গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তিনি অভিযুক্তক। ৬ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিব বন্দনা কলিতাৰ। আনহাতে, দেওবাৰেই ৭ দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিছিল ধনটি আৰু অৰূপৰ। আৰক্ষীৰ জিম্মাৰ অন্ত পৰাত আজি তিনিওকে হাজিৰ কৰোৱা হ’ব আদালতত।

ইফালে, পাণবজাৰ থানাত বন্দনাক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছিল পিতৃ। পাণবজাৰ আৰক্ষীয়ে বন্দনাক সাক্ষাৎ কৰাৰ অনুমতি নিদিলে পিতৃক। পাণবজাৰ মহিলা থানাৰ পৰা বিমুখ হৈ উভতিল পিতৃ। কন্যাক লগ কৰিব নোৱাৰি চকু সেমেকি উঠিল পিতৃৰ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!