25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

মৰ্মন্তুদ-শোকাৱহ : শ্বিলঙত দুৰ্ঘটনাত বৰমাৰ ছয় ব্যক্তিৰ মৃত্যু

Assamese Newsমৰ্মন্তুদ-শোকাৱহ : শ্বিলঙত দুৰ্ঘটনাত বৰমাৰ ছয় ব্যক্তিৰ মৃত্যু
  • বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰৰ বাহন দুৰ্ঘটনাত পতিত।
  • শ্বিলঙৰ নংপোত সংঘটিত ভয়ানক দুৰ্ঘটনাত মৃত্যু ৬জনকৈ ব্যক্তিৰ।
  •  AS-26 B-7908 নম্বৰৰ বাহনেৰে বৰমাৰ পৰা শ্বিলঙলৈ গৈছিল ফাদাৰ সহিতে ৬জনকৈ ব্যক্তি।
  • বিদ্যালয়খনৰ ফাদাৰ মেথিউ দাস, হেড মিষ্ট্ৰেচ মিলগ্ৰীণ ডেণ্টেচ , শিক্ষক মাইৰণ ৰেঞ্জাৰ, চিষ্টাৰ ৱৰ্কাৰ প্ৰমিলা তিৰ্কী, চিষ্টাৰ ৰ’জি ননগ্ৰীণ আৰু গাড়ী চালক সঞ্জয় স্বৰ্গীয়াৰী নিহত ।
  • ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই শোকাকুল পৰিৱেশ বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!