ভাৰতৰ শীৰ্ষ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকৰ বিবাহৰ ১২ বছৰ হ’ল আৰু এতিয়া, ইমান দিন একেলগে থকাৰ পিছত, সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে দম্পতীহালৰ মাজত
Category: Assamese News
অসম আৰক্ষীৰ গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰি প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি দিয়া হৈছে। আৰক্ষী বিষয়া গৰাকীৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা পৰৱৰ্তী আদেশ
অসমৰ সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম ( স্বাধীন ) চমুকৈ আলফাই পূৰ্বৰ দৰে ধনদাবী, অপহৰণ, হত্যা-হিংসা আদি আগৰ তুলনাত বহু পৰিমাণে এৰাই চলা পৰিলক্ষিত হৈছে যদিও কিন্তু অসমৰ উক্ত
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰে৷ গুৱাহাটী জল ব’ৰ্ডৰ অধীনত ৰূপায়িত জাইকা সাহায্যপ্ৰাপ্ত বৃহত্তৰ
শীঘ্ৰে বিয়াত বহিব দিপলিনা ডেকা! আজি ফেচবুক যোগে প্ৰকাশ কৰিলে এখন ফটো। যাৰ পাছতে এতিয়া সকলোৱে আলোচনাৰ কেন্দ্ৰ হৈ পৰিছে দিপলিনাৰ বিয়াৰ কথা। আচলতে আজি দিপলিনাই কাৰোবাৰ হাতত হাত ধৰি