22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

নহৰু কেনেকৈ খালে আশ্চৰ্যকৰ উপকাৰ পাব

Assamese Newsনহৰু কেনেকৈ খালে আশ্চৰ্যকৰ উপকাৰ পাব

গাখীৰৰ পুষ্টিগুণৰ বিষয়ে সকলোৱে জানে৷ সকলো বয়সৰ লোকৰ বাবে গাখীৰ উপকাৰী৷ গাখীৰে শৰীৰত শক্তি বঢ়ায়৷ ইপিনে নহৰুত এণ্টিবেক্টেৰিয়েল উপাদান থাকে৷ কেঁচা নহৰুৱে উচ্ছ ৰক্তচাপ কমোৱাত সাংঘাতিকভাৱে সহায় কৰে৷ সেয়ে গাখীৰৰ সৈতে নহৰু মিহলাই খালে বিভিন্ন উপকাৰ পোৱা যায়৷

উপকাৰিতাসমূহঃ

[১] গাখীৰ আৰু নহৰুৰ মিশ্ৰণ গ্ৰহণ কৰিলে দেহৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায়৷ তদুপৰি শ্বাসতন্ত্ৰ ভালে থাকে৷ নিশা শোৱাৰ পূৰ্বে গাখীৰৰ সৈতে নহৰু মিহলাই খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী৷

[২] হাপানী, কাঁহ আৰু নিউমনিয়াৰ সমস্যা থাকিলে গাখীৰৰ সৈতে নহৰু মিহলাই খাওক৷

[৩] কলেষ্টেৰ’ল কমাবলৈ গাখীৰ আৰু নহৰুৰ মিশ্ৰণ খাব পাৰে৷

[৪] নহৰু আৰু গাখীৰৰ মিশ্ৰণে জণ্ডিছ ৰোগৰ ক্ষেত্ৰত উপকাৰ কৰে৷

[৫] বাত বিষ বা গাঁঠিৰ বিষৰ পৰা সকাহ পাবলৈ গাখীৰৰ সৈতে নহৰু মিহলাই খাব পাৰে৷

[৬] অনিদ্ৰাৰ সমস্যাৰ ক্ষেত্ৰতো গাখীৰ আৰু নহৰুৰ মিশ্ৰণে সহায় কৰে৷ নিশা বিছনালৈ যোৱাৰ পূৰ্বে এগিলাচ গাখীৰৰ সৈতে নহৰু মিহলাই খাওক৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!