24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

নখ চায়েই ক’ব পাৰি আপুনি কি ৰোগত আক্ৰান্ত

Assamese Newsনখ চায়েই ক’ব পাৰি আপুনি কি ৰোগত আক্ৰান্ত

নখে মানুহৰ স্বাস্থ্য সম্পৰ্কে বিভিন্ন ধৰণৰ ইংগিত দিব পাৰে৷ অৰ্থাৎ মানুহ এজন কেনেধৰণৰ ৰোগত আক্ৰান্ত সেই সম্পৰ্কে নখে সাৱধান কৰি দিব পাৰে৷ এই ক্ষেত্ৰত বুঢ়া আঙুলিয়ে সকলোতকৈ বেছি ইংগিত বহন কৰে৷ ভালদৰে লক্ষ্য কৰিলে দেখিব নখৰ গুৰিত থাকে অৰ্ধ চন্দ্ৰাকৃতি৷ এই অৰ্ধ চন্দ্ৰই নখ ভাল কৰি ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ নখৰ এই অৰ্ধ চন্দ্ৰ যদি কোনো কাৰণত ক্ষতিগ্ৰস্ত তেতিয়া আপোনাৰ নখৰ বৃদ্ধি চিৰদিনৰ বাবে ৰুদ্ধ হৈ যাব পাৰে৷ অৰ্ধ চন্দ্ৰ নখৰ অতি সংবেদনশীল অংশ৷ নখৰ এই অৰ্ধ চন্দ্ৰই স্বাস্থ্য সম্পৰ্কত কি কি ইংগিত দিয়ে সেয়া জানিলে আপুনি আচৰিত হ’ব৷

  • সাধাৰণতে নখৰ অৰ্ধ চন্দ্ৰ যদি চুটি হয় তেতিয়া ব্যক্তিজন অপুষ্টিত ভোগা বুলি নিশ্চিত হ’ব পাৰি৷ আনহাতে ইয়াৰ ফলত মানুহজন সহজতে ভাগৰুৱা হোৱাৰ উপৰি বদহজমজনিত ৰোগত ভুগিব পাৰে৷
  • কেতিয়াবা নখৰ অৰ্ধ চন্দ্ৰৰ ৰঙো সামান্য সাল-সলনি হয়৷ অৰ্ধ চন্দ্ৰৰ ৰং যদি সামান্য নীলা ৰঙৰ হয় তেতিয়া ডায়েবেটিছজনিত ৰোগত আক্ৰান্ত হ’ব পাৰে৷ যদি কেতিয়াবা ইয়াৰ বৰণ সামান্য ৰঙচুৱা হয় যেতিয়া হৃদৰোগত ভুগি থকাৰ আশংকা থাকে৷
  • নখৰ অৰ্ধ চন্দ্ৰৰ আকৃতি, বৰণ আদি নিৰীক্ষণ কৰি কোনো এজন লোকৰ ৰোগ নিৰ্ণয় কৰিব পাৰি৷ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অতি জৰুৰী৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!