পলাশবাৰী,২ এপ্ৰিল: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তি, শিল্পী-সাহিত্যিক, ক্ৰীড়াবিদ, শিক্ষাবিদ, সমাজসেৱক আদি বিভিন্নজনলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু বিহুৱান প্ৰেৰণ কৰিছে ৷ সমগ্ৰ ৰাজ্যখনৰ লগতে কামৰূপ জিলাৰ বিশিষ্ঠ ব্যক্তি, শিক্ষক সমাজ আদিলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে বিহুৱান আৰু শুভেচ্ছাবাণী ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হুদুমপুৰ নিবাসী তথা
Category: Assamese News
তুলসী বুলিলেই প্ৰতিজন মানুহৰ মনত এক বিশেষ মনোভাৱ জাগ্ৰত হয়। হিন্দু ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। মানুহৰ শৰীৰৰ বাবেও তুলসী অতি প্ৰয়োজনীয়। কাতি অৰ্থাৎ কঙালীবিহুত অসমত প্ৰতিজন অসমীয়াই নিজৰ ঘৰত থকা তুলসী গছ জোপাৰ তলত চাকি জ্বলাই সেৱা কৰে। অৰ্থাৎ আমাৰ ধৰ্মীয় ক্ষেত্ৰখনতো তুলসীৰ বিশেষ গুৰুত্বতা আছে। সকলোৰে ঘৰতে তুলসী
গুৱাহাটী ২৩ মাৰ্চ: দিছপুৰ প্ৰেছ ক্লাব আৰু ইষ্টাৰ্ণ ষ্ট’ন কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা কিডনী হস্পিটেল আই ইউ কে ডি’ৰ সহযোগত আজি দিছপুৰ প্ৰেছ ক্লাবত সাংবাদিক, সংবাদ কৰ্মী আৰু ৰাইজৰ বাবে আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সুকলমে সম্পন্ন হয়।বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত সাংবাদিক -সংবাদকৰ্মী সহ শতাধিক লোকে উপস্হিত থাকি বিনামূলীয়া
জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা ৷ বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে জাগীৰোড বাইপাছৰ উৰণসেতুৰ তলত অৰ্তকিতে অভিযান চলাই এজন লোকৰ বেগৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা ৷ধৃত সৰবৰাহকাৰীজন নগাঁৱৰ বৰভেটিৰ ইজাজুল হক। জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ২০ কেজি ৭৪০ গ্রাম ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক জেৰা কৰিছে ৷
জিএমচিৰ পানী যোগান থকা সকলক জলবৰ্ডৰ পানীৰ সংযোগ ল’বলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীত পানী যোগান ধৰি আহিছিল গুৱাহাটী পৌৰ নিগমে ৷কিন্ত এতিয়াৰ পৰা মহানগৰবাসীৰ পানী যোগান ধৰিব জলবৰ্ডে ৷ এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ বৃহস্পতিবাৰে এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে