RTOত দিব নালাগে ড্ৰাইভিং টেষ্ট, ১ জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম, কিদৰে কৰিব আৱেদন?
কোটি-কোটি ভাৰতীয়লৈ সুখবৰ। ভাৰতত ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে। ১ জুনৰ পৰা চৰকাৰী RTOৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত ড্ৰাইভিং পৰীক্ষা দিব পাৰিব।