মোবাইল চাৰ্জ দিবলৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল এজন লোকৰ। কৰিমগঞ্জৰ কাজিৰবজাৰ এলেকাত সংঘটিত হয় এই অঘটন। বিদ্যুৎস্পৃষ্ট হৈ স্বামীৰ মৃত্যুৰ সমান্তৰালভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে পত্নী। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু
Category: Assamese News
ছিপাঝাৰৰ গৰুখুটি, ধলপুৰত পুনৰ উচ্ছেদ অভিযান। প্ৰায় ৬০০ পৰিয়ালক চলোৱা হৈছে উচ্ছেদ। প্ৰায় এক হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ কাৰণে এই অভিযান চলাইছে প্ৰশাসনে। পুনৰ গৰুখুটিত দৰং জিলা প্ৰশাসনৰ দ্বাৰা
স্বাস্থ্যই পৰম ধন। দেহ ভালে ৰাখিবলৈ দেহৰ যতন লোৱাটোও খুবেই প্ৰয়োজন। আমি প্ৰতিদিনে খোজ কঢ়াৰ অভ্যাস কৰিব লাগে, খোজ কঢ়াৰ আছে এশ গুণ। এই অভ্যাসে আমাৰ শৰীৰক যথেষ্ট শক্তি দিয়ে।
পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে কেতবোৰ নতুন নতুন তথ্য। যোৱা ৩ মে’ৰ পুৱা নামৰূপ থাৰ্মেলৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল ২৩ বছৰীয়া পংখী সন্দিকৈৰ মৃতদেহ।
SBI অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে ৪৬ দিনৰ পৰা ১৭৯ দিনৰ ভিতৰত , ১৮০ দিনৰ পৰা ২১০ দিন আৰু ২১১ দিনৰ পৰা ১ বছৰৰ কমলৈ বিভিন্ন সময়ৰ বাবে FDৰ হাৰ বৃদ্ধি