আজি গুৱাহাটীত হাইভল্টেজ মেচ ৷ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ত সন্ধিয়া ৭.৩০ বজাত পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ ৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু লোকেল বয় ৰিয়াণ পৰাগৰ ৰাজকীয় ইংগিছ চাবলৈ সকলো আগ্ৰহী হৈ আছে ৷ উল্লেখ্য যে,মেচৰ পূৰ্বে বৰ্ষাপাৰাত হ’ব বিশেষ সাংস্কৃতিক অনুষ্ঠান ৷ খেলৰ মাজভাগত হ’ব আকর্ষণীয় লেজাৰ শ্ব’৷
Category: Assamese News
মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলাইছে পৰিবহণ বিভাগে। বৃহস্পতিবাৰে মহানগৰীত এনফোৰ্ছমেণ্ট বিভাগে কেইবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলাই বিসংগতি। অভিযানত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩ খনকৈ বাহন জব্দ। জানিব পৰা মতে স্কুল বাছসমূহত নাই ছাত্রীৰ বাবে সা-সুবিধা। যিখিনি সা-সুবিধা থাকিব লাগে জব্দকৃত এই বাহনসমূহত নাই পৰ্যাপ্ত সুবিধা। সেয়েহে অভিযানকাৰী
মঙলাবাৰে দেৱলীনা সোণোৱালৰ মৃতদেহ স্বামীগৃহত উদ্ধাৰৰ পাছতে দেৱলীনাৰ পিতৃ পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নাৰায়নপুৰ চাপৰি গাঁৱৰ পৱন বৰুৱাক দেৱলীনাৰ পিতৃ পৰিয়ালে ৫ লাখ আদায় নিদিয়াৰ বাবেই অমানুষিক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ মুকলি অভিযোগ উত্থাপন কৰে। বুধবাৰে হত্যাকাৰী স্বামীক কঠোৰতম শাস্তি বিহাৰ দাবীত একাংশ লোকে
গুৱাহাটীত গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ দুই উগ্ৰপন্থীক উগ্ৰপন্থী দুজন বাহাৰ মিঞা আৰু ৰচুল হক গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী দুজন আনচাকুল বাংলাদেশৰ সদস্য দুয়ো গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছযোগে গুৱাহাটীলৈ আহিছিল
বুধবাৰে গুৱাহাটী বিমান বন্দৰত শুল্ক বিভাগে এক অভিযান চলায়। অভিযানত বুজন পৰিমাণৰ ক’কেইনসহ এজন বিদেশী নাগৰিক গ্রেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে। গ্ৰেপ্তাৰ কৰা ৰেইনহাৰ্ড ছিৰেইট নামৰ যুৱকজন ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে যুৱকজনে অস্ত্রোপচাৰ কৰি পেটৰ ভিতৰত কোকেইনখিনি লৈ আনিছিল। জব্দকৃত ক’কেইনখিনিৰ মূল্য কেইবা কোটি টকা বুলি জানিব পৰা