তেজত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাটো শৰীৰত নিৰৱ হত্যাকাৰী। কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ আমাৰ প্ৰচেষ্টাৰ অন্ত নাই। খাদ্য নিয়ন্ত্ৰণৰ উপৰিও ঔষধ নিয়মিতভাৱে সেৱন কৰিবলগীয়া হয়। কিন্তু আপুনি জানেনে যে কলেষ্টেৰলৰ পৰা মুক্তি পাবলৈ ৰাতিপুৱা মানি চলিব পৰা কিছুমান নিয়ম আছে। পুষ্টিবিদ অভনী কৌলে তেনেকুৱা কিছুমান নিয়মৰ কথা প্ৰকাশ কৰিছে। ব্ৰেকফাষ্টত অটমিল খাব,
Category: Assamese News
গৰমৰ বতৰ অহাৰ লগে লগে ঘৰত এচি চলা আৰম্ভ হয়। যদিও আৰামদায়ক, কিন্তু আন কুলিং ডিভাইচৰ তুলনাত এচি ব্যয়বহুল আৰু ইয়াৰ দীৰ্ঘম্যাদী খৰচো বেছি। সেইবাবে বহু সময়ত মানুহে এয়াৰ কণ্ডিচনাৰ কিনাৰ পৰা বিৰত থাকে। কিন্তু জানেনে এচি চলালে এদিনত কিমান বিদ্যুৎ খৰচ হয়? সাধাৰণতে মানুহে তেওঁলোকৰ ঘৰত ডেৰ টন এচি
তামুলপুৰৰ গোৰেশ্বৰৰ হাৰিজোৰাৰ বেংগলী চুবাত লোমহৰ্ষক ঘটনা। সুৰাপান কৰি মাতৃক নিৰ্যাতন চলোৱা বাবেই পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ হাৰিজোৰাৰ বেংগলীচুবাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হয় এই নৃশংস ঘটনা। জানিব পৰা মতে, আজি দুপৰীয়া হাৰিজোৰাৰ বেংগলীচুবাৰ গৌৰাঙ্গ দাসে (৬৫) সুৰাপান কৰি আহি
ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াত দিব বাবে গঠন কৰা হৈছে ৬জনীয়া কমিটী। এইবাৰ বাহিৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানক ভাৰাত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। অধ্যাপক অৰূপ কুমাৰ হাজৰিকাৰ অধ্যক্ষতাত কমিটী গঠন কৰিছে কৰ্তৃপক্ষই। কমিটীত আছে অধ্যাপক ৰাখী কলিতা মৰল। কমিটীত অধ্যাপক মনজিৎ
বৰ্তমান শাসনাধিষ্ঠ চৰকাৰ খনে উন্নয়নৰ ব্যাপক ঢাক-ঢোল বজাইছে যদিও সেয়া যেন কাৰ্যত এক আভুৱা | এটা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ বাবে আৱন্টন হৈছিল তিনি লাখ টকা ৷ কিন্ত শৌচালয় নিৰ্মাণৰ নামত মাত্ৰ চাৰিটা পকী খুটা নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰে। ইতিমধ্যে সমুদায় ধন উদৰস্থ কৰিলে সংশ্লিষ্ট ঠিকাদাৰে ৷ এই ঘটনা সংঘটিত