Category: Assamese News

ইউটিউবাৰ প্ৰিয়লীনাৰ আত্মহত্যাৰ কাৰণ কি ?

ইউটিউবাৰ প্ৰিয়লীনাৰ আত্মহত্যাৰ কাৰণ কি ?

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল ৰহস্য জনক আত্মহত্যাৰ ঘটনা। জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়লীনা নাথে ৰহস্যজনক ভাবে আত্মহত্যা কৰে। এই ঘটনাটো সংঘটিত হৈছে বামুনীমৈদামত। উল্লেখ্য যে, শোনিতপুৰৰ জামুগুৰিহাটৰ বাসিন্ধা পংকজ নাথে  বামুনীমৈদামত পিতৃ মাতৃৰ সৈতে ভাড়া ঘৰত  থাকি ফাৰ্মাচীৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছিল। প্ৰায় ছয় মাহ পূৰ্বে পংকজে ইনষ্টাগ্ৰামত বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপৰ

গুৱাহাটীত পুনৰ ক’লা ৰঙৰ পালছাৰ বাইকৰ আতংকঃ মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে টকাৰ বেগ

গুৱাহাটীত পুনৰ ক’লা ৰঙৰ পালছাৰ বাইকৰ আতংকঃ মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে টকাৰ বেগ

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী সম্প্ৰতি অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে। এটাৰ পাছত আনটো অপৰাধ সংঘটিত হোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত পুনৰ ক’লা ৰঙৰ পালছাৰ বাইকৰ আতংক বাঢ়িছে। ক’লা ৰঙৰ পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ হাতৰ পৰা কাঢ়ি নিলে টকাৰ বেগ।

মহাদেৱক প্ৰসন্ন কৰিবলৈ‌ ঘৰলৈ এতিয়াই আনক এইসমূহ বস্তু

মহাদেৱক প্ৰসন্ন কৰিবলৈ‌ ঘৰলৈ এতিয়াই আনক এইসমূহ বস্তু

মহাদেৱৰ ভক্ত সকলৰ বাবে শাওণৰ মাহটো মহত্বপূৰ্ণ গণ্য কৰা হয়।চাৰিওফালে-ভগৱান শিৱৰ কৃপা পাবৰ বাবে-পূজা-পাঠ,ব্ৰত,সাধনা, আদি কৰা হয়।মান্যতা অনুসাৰে শাওণৰ পবিত্ৰ মাহত ভক্তসকলৰ মনোকামনা মহাদেৱে শীঘ্ৰে শুনে। বাস্তু শাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা কোৱা হৈছে-যি শাওণ মাহত ঘৰলৈ আনিলে মহাদেৱৰ কৃপাৰ প্ৰাপ্ত হয়। ( Religious Studies ) *এই বস্তুসমূহ হৈছে- *ত্ৰিশূল/ ত্ৰিশূলক

মানৱ সৰবৰাহৰ ঘটনা: হাৰিয়ানাত কাম কৰাৰ অচিলাৰে পঠিওয়া হৈছিল মৰিগাঁৱৰ মহিলাক

মানৱ সৰবৰাহৰ ঘটনা: হাৰিয়ানাত কাম কৰাৰ অচিলাৰে পঠিওয়া হৈছিল মৰিগাঁৱৰ মহিলাক

▶️অসমৰ পৰা হাৰিয়ানালৈ অব্যাহত মানৱ সৰবৰাহৰ ঘটনা ▶️হাৰিয়ানাৰ হিচাৰত কাম কৰাৰ অচিলাৰে পঠিওয়া হৈছিল মৰিগাঁৱৰ এগৰাকী বিবাহিতা মহিলাক। ▶️হাৰিয়ানাত জোৰ-জবৰদস্তি বিয়া কৰায় ৰাকেশ নামৰ এজন ব্যক্তিয়ে ▶️মৰিগাও জিলাৰ ৰাজু দাস নামৰ এজন যুৱকে পঠাইছিল মহিলাগাৰাকীক

পেট্ৰ’ল পাম্পৰ মেনেজাৰক পিষ্টল দেখুৱাই লুটি নিলে ২ লাখ টকা !

পেট্ৰ’ল পাম্পৰ মেনেজাৰক পিষ্টল দেখুৱাই লুটি নিলে ২ লাখ টকা !

মেনেজাৰক পিষ্টল দেখুৱাই লুটি নিলে ২ লাখ টকা কোকৰাঝাৰৰ ভৱানীপুৰ NRL পেট্ৰ’ল পাম্পত ডকাইতি পেট্ৰ’ল পাম্পত বাইকেৰে অহা ৫ ডকাইতৰ লুটপাত CCTV ফুটেজ নিৰীক্ষণ কৰি আৰক্ষীৰ তদন্ত