ৰঙিয়াৰ জয়ন্তীপুৰত এই পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই ই ৰিক্সাৰ খুন্দা দলঙত । ই ৰিক্সাৰ পৰা পৰি থিতাতে মৃত্যু ছাত্ৰ জনৰ। ছাত্র জন পিতাম্বৰ আদৰ্শ হাইস্কুলৰ দশম মানৰ ছাত্র নিতুমণি কলিতা (১৬) । বিদ্যালয়ৰ দশম শ্ৰেণীৰ বিদায় সভাৰ বাবে বজাৰৰ বাবে ওলাই আহিছিল ছাত্র জন । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন
Category: Assamese News
গোসাঁইগাঁও মহকুমাৰ পলাশগুৰি – জীয়াডাঙ্গা গাঁৱত উচ্ছেদ অভিযান।আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে চলায় উচ্ছেদ। চৰকাৰী মাটিত অবৈধ ভাৱে চাহ বাগিচা কৰাৰ অপৰাধত উচ্ছেদ চলায় প্ৰশাসন। ২০০৯ চনৰ পৰাই চাহ বাগিচা কৰি আহিছে। ৩০৪ দাগৰ প্ৰায় ৪৫০ বিঘা চৰকাৰী মাটিৰ ভিতৰত প্ৰায় ৩০০ বিঘা চৰকাৰী মাটিত ছাত্তাৰ মিয়াৰ চাহ বাগিচা। অবৈধ ভাৱে
গুৱাহাটীৰ বামুণীমৈদামত যুৱতীৰ ৰহস্যজনক মৃত্যু। ৰহস্যজনক মৃত্যু জনপ্ৰিয় ইউটুবাৰ চাংকি ব্লগাৰৰ। মৃতদেহৰ কেইবাটাও স্থানত আঘাতৰ চিন। ইউটিউবাৰ প্ৰিয়লিনা নাথ নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ পৰিয়ালৰ। তিনিমাহৰ পুৰ্বে জামুগুৰি হাটৰ পংকজ নাথৰ সৈতে হৈছিল বিবাহ। পংকজ নাথৰ অনুৰাধা চিনেমা হলৰ সন্মুখত আছে ফাৰ্মাচী। চানমাৰি থানাত এজাহাৰ দাখিল যুৱতীগৰাকীৰ পৰিয়ালৰ। পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ
প্ৰতিজন মানুহক টকাৰ প্ৰয়োজন। এই পৃথিৱীত টকা অবিহনে একো কৰিব নোৱাৰি। কিন্তু বহুতেই নিজৰ অৰ্থনৈতিক অৱস্থাক লৈ উদাসীন। গতিকে তেওঁলোকে অপ্ৰয়োজনীয়ভাৱে খৰচ কৰে। তেন্তে প্ৰথমে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ আৰু কেইটামান কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ। এতিয়া বৰ বেয়া সময়। ভাৰতৰ অৰ্থনীতিত মুদ্ৰাস্ফীতি তুংগত আছে। ইফালে পৃথিৱীৰ পৰিস্থিতি ভাল নহয়। এতিয়া যদি
ভাগৱত গীতাত ভগৱান কৃষ্ণই কৈছে যে আত্মা অমৰ। আত্মাই মানৱ শৰীৰ সলনি কৰে, এজন ব্যক্তিয়ে নিজৰ কাপোৰ সলনি কৰাৰ দৰে, পৰিত্ৰাণ নোপোৱালৈকে, এই আত্মাৰ জন্ম অব্যাহত থাকে আৰু মায়া সংলগ্ন হৈ থাকে। এনে পৰিস্থিতিত, পুৰুষ আৰু মহিলাৰ পুনৰ যিকোনো প্ৰকাৰে জন্ম হ’ব পাৰে। কিন্তু আপোনাৰ কাৰ্য্যই নিৰ্ধাৰণ কৰে পৰবৰ্তী সময়ত