17 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

ৰঙিয়াত শোকাবহ ই-ৰিক্সা দুৰ্ঘটনাত থিতাতে নিহত হল এজন ছাত্ৰ

Assamese Newsৰঙিয়াত শোকাবহ ই-ৰিক্সা দুৰ্ঘটনাত থিতাতে নিহত হল এজন ছাত্ৰ

ৰঙিয়াৰ জয়ন্তীপুৰত এই পথ দুৰ্ঘটনা ।

নিয়ন্ত্ৰণ হেৰুৱাই ই ৰিক্সাৰ খুন্দা দলঙত ।

ই ৰিক্সাৰ পৰা পৰি থিতাতে মৃত্যু ছাত্ৰ জনৰ।

ছাত্র জন পিতাম্বৰ আদৰ্শ হাইস্কুলৰ দশম মানৰ ছাত্র নিতুমণি কলিতা (১৬) ।

বিদ্যালয়ৰ দশম শ্ৰেণীৰ বিদায় সভাৰ বাবে বজাৰৰ বাবে ওলাই আহিছিল ছাত্র জন ।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ই ৰিক্সা চালকৰ

ঘটনাক লৈ অঞ্চল টোত শোকৰ ছা ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!