পুনৰ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছে অখিল গগৈ । নিয়া’ৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তথ্য-প্ৰমাণসহ ‘নিয়া’ৰ অভিযোগ প্ৰমাণ নোহোৱাত যোৱা ১ জুলাই ২০২১ তাৰিখে এই গোচৰটোৰ পৰা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলক ‘নিয়া’ আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল। এতিয়া
Category: Assamese News
বিটিআৰ চুক্তি ৰূপায়ণৰ অংশ হিচাপে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ গোচৰসমূহ উঠাই লোৱাৰ কাম আৰম্ভ কৰিছে চৰকাৰে । এই সন্দৰ্ভত বিটিআৰৰ কাৰ্যবাহী সদস্য তথা প্ৰাক্তন এনডিএফবি সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰংগাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিটিআৰ তথা অসমৰ বিভিন্ন ঠাইত প্ৰাক্তন এনডিএফবি সদস্যসকলৰ ২৬৮ গৰাকীৰ বিৰুদ্ধে মুঠ ২০৪ টা সাধাৰণ
এসময়ত উৰাবাতৰি বিয়পি পৰিছিল যে পাকিস্তানী ক্ৰিকেটাৰ আব্দুল ৰাজ্জাকৰ সৈতে তামান্না ভাটিয়াৰ বিয়া ঠিক হৈছে। তামান্না ভাটিয়াই সঁচাকৈয়ে পাকিস্তানী ক্ৰিকেটাৰ আব্দুল ৰাজ্জাকৰ সৈতে বিয়া হ’বলৈ ওলাইছিল নেকি? আশ্চৰ্যজনকভাৱে, দুয়োজনৰ কিছুমান ফটো ভাইৰেল হৈ পৰিছিল। তেওঁলোকক এটা গহনা শ্ব’ৰুমত একেলগে দেখা গৈছিল। তাৰ পিছত, তামান্নাৰ বিয়াৰ বজাৰ চলি আছে বুলি খবৰ
হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম ভগৱান শ্ৰী গণেশ। ভাৰতৰ সকলো ঠাইতে সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম তথা ভাৰতৰ বাহিৰতো ব্যাপকভাৱে গণেশৰ আৰাধনা কৰা হয়।পুৰাণত উল্লেখিত বিৱৰণ অনুসৰি, ভগৱান শিৱ আৰু পাৰ্বতীৰ জ্যেষ্ঠ পুত্ৰ গণেশ। ভগৱান গণেশক বিঘ্নহৰ্তা বুলি জনা যায়,
হিন্দু শাস্ত্ৰত বৰ্ণিত এজন দেৱতা হনুমান।ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁ পৱন দেৱৰ পুত্ৰ।হনুমানক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰী ৰামচন্দ্ৰৰ পৰম ভক্ত বুলি জনা যায়। ভাৰতীয় সোকসকলে হনুমানক যথেষ্ট ভক্তি আৰু বিশ্বাসেৰে উপাসনা কৰে আৰু তেওঁৰ বিভিন্ন