Category: Assamese News

মহাশিৱৰাত্ৰি কেতিয়া? তাৰিখ, পূজাৰ সময় জানি লৈ আপুনিও সাজু হওঁক

মহাশিৱৰাত্ৰি কেতিয়া? তাৰিখ, পূজাৰ সময় জানি লৈ আপুনিও সাজু হওঁক

মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি আৰু চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। চলিত বৰ্ষৰ মহাশিৱৰাত্ৰি ১৮ ফেব্ৰুৱাৰী, শনিবাৰে পালন কৰা হ’ব।

তামৰ পাত্রত পানী খালে হ্রাস হয় ওজন…

তামৰ পাত্রত পানী খালে হ্রাস হয় ওজন…

আজিকালি মানুহে পানী খাবলৈ বহু ধৰণৰ পাত্র ব্যৱহাৰ কৰে। কাঁচৰে তৈয়াৰী সুন্দৰ সুন্দৰ পাত্র বজাৰতো উপলব্ধ। কিন্তু দেখাতেই কেৱল সুন্দৰ হ’লেই নহ’ব, উপকাৰো থাকিব লাগিব। তামৰ পাত্রত পানী গ্ৰহণ স্বাস্থ্যৰ বাবে ভীষণ উপকাৰী। এই প্রথা প্রাচীন যুগৰ পৰা চলি আহিছে। বহুতৰে ঘৰত তামৰ মগ, গ্লাছ, তামৰ বটল ব্যৱহাৰ কৰা হয়।

ভগৱানে শুভ সংবাদৰ ইংগিত কেনেকৈ দিয়ে!! আধ্যাত্মিক বাৰ্তা

ভগৱানে শুভ সংবাদৰ ইংগিত কেনেকৈ দিয়ে!! আধ্যাত্মিক বাৰ্তা

ভাল দিন আহিলে ভগৱানে দিয়ে পূৰ্ব সংকেত :- ব্যাক্তি বিশেষৰ জীৱনলৈ ভাল দিন অথৱা শুভ মুহূৰ্ত অহাৰ পূৰ্ব সংকেত ভগৱানে নিশ্চয়কৈ প্ৰেৰণ কৰে। কিন্তু এই সংকেত সমূহ মানুহে উপলব্ধি নকৰাৰ বাবেহে বঞ্চিত হব লগা হয় শুভ দিন বা শুভ সংবাদৰ পৰা। এই শুভ সংবাদ সমূহ হল :- ১) যদি আপোনাৰ

এনে সময়ত সেন্দুৰ ললে ঘৰত সুখ-শান্তি নাইকিয়া হয়

এনে সময়ত সেন্দুৰ ললে ঘৰত সুখ-শান্তি নাইকিয়া হয়

কিছুমান বস্তু আমাৰ জীৱনত সুখ-শান্তি দিব পাৰে। আৰু কিছুমান বস্তুয়ে আমাৰ জীৱনৰ পৰা সুখ-শান্তি কাঢ়ি নিব পাৰে। এজন মানুহক ধ্বংসৰ দিশে ঠেলি দিবলৈ এটা সৰু ভুলেই যথেষ্ট, আজি আমি কথা পাতিম আপুনি অজানিতে কৰা কিছুমান ভুলৰ বিষয়ে… গা ধোৱাৰ পিছত যদি চোকা বস্তু ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক। পৰিৱেশগত ভাৱে

ছোৱালীবোৰে বেছিকৈ Google ত কি চাৰ্চ কৰে ? ফাদিল ৰহস্য…

ছোৱালীবোৰে বেছিকৈ Google ত কি চাৰ্চ কৰে ? ফাদিল ৰহস্য…

আমাৰ মনলৈ যি প্ৰশ্ন আহে, আমি সেয়া গুগলত চাৰ্চ কৰোঁ। কোৱা হয় যে প্ৰতিটো প্ৰশ্নৰ উত্তৰেই গুগলত আছে। প্ৰতি বছৰে গুগলে নিজৰ সন্ধান ফলাফলৰ প্ৰতিবেদন প্ৰকাশ কৰে। বিগত বছৰ ওলোৱা প্ৰতিবেদনত মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰৰ সৈতে জড়িত বহুতো আমোদজনক কথা চৰ্চালৈ আহিছে। প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ মুঠ ১৫ কোটি ইণ্টাৰনেট