এক পৌৰাণিক কথা অনুসাৰে-দেৱী লক্ষ্মী আৰু তেওঁৰ ভগ্নী দৰিদ্ৰা ভগৱান বিষ্ণুৰ ওচৰলৈ গল-আৰু প্ৰাৰ্থনা কৰি কলে যে-হে প্ৰভূ-আমি কত থাকিম? ( Religious Studies ) তেতিয়া ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মী আৰু দৰিদ্ৰাক আহঁত গছত থাকিবলৈ অনুমতি প্ৰদান কৰিলে।তেতিয়াৰপৰা দুয়ো ভগ্নীয়ে আহঁত গছত থাকিবলৈ ললে। ভগৱান বিষুৱে তেওঁলোকক এই বৰদান দিছিল যে-যিয়ে শনিবাৰে
Category: Assamese News
মহাদেৱৰ প্ৰিয় মাহৰ আৰম্ভণি হল।ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ-ভক্তসকলে সম্পূৰ্ণ ভক্তি ভাবেৰে মহাদেৱৰ পূজা কৰে।২০২২বৰ্ষৰ শাওণৰ মাহ-১৮জুলাই পৰা আৰম্ভ হল। পৌৰাণিক মান্যতা অনুসাৰে ভগৱান শিৱক-জলাভিষেক-ৰুদ্ৰাভিষেক কৰাৰ বিশেষ মহত্ব আছে।কোৱা হয় যে-যদি মহাদেৱক তেওঁৰ প্ৰিয় বস্তু অৰ্পণ কৰা হয়-তেতিয়া সকলো মনৰকামনা পূৰ্ণ কৰে।মনৰ ইচ্ছাৰ দৰে ফলৰ প্ৰাপ্তিৰ বাবে-মহাদেৱৰ পূজাত মহাদেৱৰ প্ৰিয় ফুল
শিৱলিংগত এই কেইপদ সামগ্ৰী অৰ্পণ কৰিব নালাগে! ( Religious Studies ) *কেতেকী ফুল- শিৱলিংগত কেতেকী ফুল অৰ্পণ কৰিলে-মহাদেৱ অসন্তষ্ট হয়।পৌৰাণিক কথা অনুসাৰে-কেতেকী ফুলে ব্ৰহ্মাই মিছা কথা কোৱাত সহযোগ কৰিছিল।সেইবাবে ক্ৰোধিত হৈ ভগৱান শিৱই কেতেকী ফুলক শাপ দিছিল যে-তেওঁৰ পূজাত কেতিয়াও কেতেকী ফুলৰ ব্যৱহাৰ কৰা নহব। *শংখ- মহাদেৱৰ পূজাত শংখ বজোৱা নহয়
নিউজ ব্যুৰ’,নগাঁও,৯জানুৱাৰী:–১৯৩৩ চনত কলিয়াবৰ চাহ বাগিছাৰ স্বত্বাধিকাৰী জে এছ লৰ্ণি চাহাবৰ সৱল পৃষ্ঠপোষকতাত নগাঁও জিলাৰ শিলঘাটতত প্ৰতিষ্ঠা হোৱা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে এক সৌজন্যতামূলক বাৰ্তালাপ অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই কয় যে উৎসৱমুখী নহয় কৰ্মমুখিতাৰে আমি শতবৰ্ষ উদযাপনৰ পিনে ধাবমান
মহাদেৱৰ ভক্ত সকলৰ বাবে শাওণৰ মাহটো মহত্বপূৰ্ণ গণ্য কৰা হয়।চাৰিওফালে-ভগৱান শিৱৰ কৃপা পাবৰ বাবে-পূজা-পাঠ,ব্ৰত,সাধনা, আদি কৰা হয়।মান্যতা অনুসাৰে শাওণৰ পবিত্ৰ মাহত ভক্তসকলৰ মনোকামনা মহাদেৱে শীঘ্ৰে শুনে। বাস্তু শাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা কোৱা হৈছে-যি শাওণ মাহত ঘৰলৈ আনিলে মহাদেৱৰ কৃপাৰ প্ৰাপ্ত হয়। ( Religious Studies ) *এই বস্তুসমূহ হৈছে- *ত্ৰিশূল/ ত্ৰিশূলক