23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

বৈবাহিক জীৱন সুখৰ কৰিবলৈ‌ মহাদেৱক‌ এই ফুল অৰ্পণ কৰক

Assamese Newsবৈবাহিক জীৱন সুখৰ কৰিবলৈ‌ মহাদেৱক‌ এই ফুল অৰ্পণ কৰক

মহাদেৱৰ প্ৰিয় মাহৰ আৰম্ভণি হল।ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ-ভক্তসকলে সম্পূৰ্ণ ভক্তি ভাবেৰে মহাদেৱৰ পূজা কৰে।২০২২বৰ্ষৰ শাওণৰ মাহ-১৮জুলাই পৰা আৰম্ভ হল। পৌৰাণিক মান্যতা অনুসাৰে ভগৱান শিৱক-জলাভিষেক-ৰুদ্ৰাভিষেক কৰাৰ বিশেষ মহত্ব আছে।কোৱা হয় যে-যদি মহাদেৱক তেওঁৰ প্ৰিয় বস্তু অৰ্পণ কৰা হয়-তেতিয়া সকলো মনৰকামনা পূৰ্ণ কৰে।মনৰ ইচ্ছাৰ দৰে ফলৰ প্ৰাপ্তিৰ বাবে-মহাদেৱৰ পূজাত মহাদেৱৰ প্ৰিয় ফুল অৰ্পণ কৰিলে-বহু লাভ পোৱা যায়। ( Religious Studies )

আকন গছৰ ফুল।

মহাদেৱৰ প্ৰিয় ৰং হৈছে বগা।সেইবাবে-ভগৱান শিৱৰ পূজাত বগা আকন ফুল-আগবঢ়াব লাগে।এই ফুলক(হিন্দী উচ্চাৰণত)(আকড়া-অৰ্ক-আৰু অকৌৱা নামেৰে জনা যায়।ভগৱান ভোলানাথক শাওণ মাহত-এই ফুল অৰ্পণ কৰিলে মোক্ষৰ প্ৰাপ্ত হয়।

ধতুৰাৰ ফুল-

সন্তান সুখৰ প্ৰাপ্তৰ বাবে-শাওণ মাহত-ধতুৰাৰ ফুল বিশেষকৰি শিৱলিংগত অৰ্পণ কৰিব লাগে।পৌৰাণিক কথা অনুসাৰে-ধতুৰাৰ ফুল-সমুদ্ৰ মন্থনত মহাদেৱে বিষ পান কৰাৰ পাছত-মহাদেৱৰ বুকুৰ পৰা ধতুৰা ফুলৰ উৎপন্ন হৈছিল।কোৱা হয়-ধতুৰা আৰু ধতুৰাৰ ফুল-মহাদেৱৰ পূজাত অৰ্পণ কৰিলে-ঈৰ্ষাৰ ভাৱনা শেষ হয়।

চমেলী-

ভগৱান শিৱক শাওণ মাহত-চমেলী ফুল অৰ্পণ কৰিলে-ঘৰলৈ সুখ-সমৃদ্ধি আহে।অভিষেকৰ সময়ত ভোলানাথক চমেলী ফুল অৰ্পণ কৰিলে-মহাদেৱ বহু প্ৰসন্ন হয়।মহাদেৱৰ কৃপাৰ দ্বাৰা বাহনৰ সুখ পোৱা যায়। ( Religious Studies )

কমল-

ধন প্ৰাপ্তিৰ বৰদানৰ বাবে-ভোলানাথক শাওণ মাহত কমল পুষ্প অৰ্পণ কৰিব লাগে।মহাদেৱৰ পূজাত বগা কমল অৰ্পণ কৰাটো উত্তম।আৰ্থিক সংকট দূৰ হয়।ধন লাভৰ বাবে মহাদেৱক বেলপত্ৰ অৰ্পণ কৰিব লাগে।

কৰৱী ফুল-

কৰৱী ফুল ভগৱান শিৱৰ লগতে সকলো দেৱী-দেৱতাৰে প্ৰিয়।শিৱলিংগত কৰৱী ফুল অৰ্পণ কৰিলে বৈভৱত উন্নতি হয়।ঘৰলৈ দৰিদ্ৰতা নাহে।

বক ফুল-

মান্যতা অনুসাৰে-শাওণ মাহত ভোলানাথক-বক ফুল অৰ্পণ কৰিলে মান-সন্মান প্ৰাপ্ত হয়।জ্ঞানৰ বৃদ্ধি হয়।গ্ৰন্থ অনুসাৰে- অগষ্ঠ মুনিয়ে-এই ফুল গছৰ তলত বহি তপস্যা কৰিছিল।সেইবাবে এই ফুলৰ নাম অগষ্ঠ (বক ফুল)হল।

খৰিকাজাই ফুল-

বিবাহৰ সম্বন্ধে জড়িত-সমস্যা দূৰ কৰিবলৈ-শাওণ মাহত খৰিকাজাই ফুল মহাদেৱক অৰ্পণ কৰিব লাগে।মান্যতা অনুসাৰে ইয়াৰ দ্বাৰা বিবাহিত অহা বাধা শেষ হয়।ভাল জীৱনসংগী পাবৰ বাবে-খৰিকাজাই ফুল মহাদেৱক অপৰ্ণ কৰিব লাগে।ইয়াৰ দ্বাৰা বৈবাহিক জীৱন সুখৰ হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!