Category: Assamese News

যোগগুৰুৰ বিপদ আসন্ন ! বিতৰ্কিত মন্তব্যৰ বাবে ৰজু হ’ল গোচৰ

যোগগুৰুৰ বিপদ আসন্ন ! বিতৰ্কিত মন্তব্যৰ বাবে ৰজু হ’ল গোচৰ

ইছলাম আৰু খ্ৰীষ্টানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দিয়াৰ বাবে বিপদত পৰিছে বাবা ৰামদেৱ৷ যোগগুৰুজনৰ বিৰুদ্ধে ৰাজস্থানত এজাহাৰ দাখিল ৷ উল্লেখ্য যে দুই ফেব্ৰুৱাৰীত পূৰ্বে যোগ গুৰু বাবা ৰামদেৱে ৰাজস্থানৰ বাৰমেৰ জিলাত সাধু- সন্ন্যাসী সকলৰ এখন সভাত ইছলাম আৰু খ্ৰীষ্টান সকলৰ বিষয়ে এক উচতনিমূলক বক্তব্য দিছিল। যাক লৈ মুছলিম ধৰ্মীয় নেতাসকলে বাবা ৰামদেৱৰ বক্তব্যৰ তীব্ৰ

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ মাজতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হ’ল এক জঘন্য ধৰ্ষণ ঘটনা। লম্পটৰ বলি এগৰাকী ১৩ বছৰীয়া কিশোৰী ৷ এই ঘটনা সংঘটিত হৈছে বিৰুবাৰীত ৷ দিগন্ত দাস নামৰ লোকজনৰ বিৰুদ্ধে উদ্থাপন হৈছে ধৰ্ষণৰ অভিযোগ ৷ ইতিমধ্যে ভূক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ফটাশিল- আমবাৰী থানাত দাখিল কৰিছে এজাহাৰ ৷

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব মহাদেৱৰ সুউচ্চ মূৰ্তি৷ নলবাৰী খাৰঝাৰা আশ্ৰমৰ নিচেই কাষতে নিৰ্মীয়মাণ অৱস্থাত আছে ৯১ ফুট উচ্চতাৰ উত্তৰ–পূব ভাৰতৰ সূউচ্চ এই মূৰ্তিটো৷ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ উদ্যোগত নিৰ্মীয়মাণ অৱস্থাত থকা বৃহৎ শিৱমূৰ্তিটো ৰাইজৰ বাবে মুকলি কৰা হব মহাশিৱৰাত্ৰিৰ দিনটোতে৷ মহাদেৱৰ এই সুউচ্চ মূৰ্তিটোৰ তলতে

মহাশিৱৰাত্ৰি! এইটো কৰিলে মহাদেৱ সন্তুষ্ট হ’ব ….

মহাশিৱৰাত্ৰি! এইটো কৰিলে মহাদেৱ সন্তুষ্ট হ’ব ….

মহাশিৱৰাত্ৰি ফলৰ খাদ্যত সুস্বাদু সমক চাউলৰ ইডলি বনাওক, সন্তুষ্ট হ’ব মহাদেৱ… কেইদিনমানৰ পিছত মহাশিৱৰাত্ৰিৰ উৎসৱ আহিব। এইবাৰ ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি অতি আড়ম্বৰেৰে উদযাপন কৰিবলৈ ওলাইছে। এই দিনটোত শিৱভক্তসকলে সম্পূৰ্ণ ভক্তিৰে প্ৰাৰ্থনা কৰে আৰু উপবাস পালন কৰে। এই দিনটোত ভক্তসকলে গোটেই দিনটো ফলমূল খায়। সমক চাউল সেৱনে আপোনাৰ ৰোগ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ সম্পন্ন, হানিমুনলৈ সোনকালে যাব নোৱাৰিব দম্পতী

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ সম্পন্ন, হানিমুনলৈ সোনকালে যাব নোৱাৰিব দম্পতী

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহক লৈ মাহৰ পিছত মাহ ধৰি জল্পনা-কল্পনা চলি আছিল আৰু আজি ইয়াৰ অন্ত পৰিল। আজীৱন ইজনে সিজনৰ হৈ থকাৰ শপতেৰে হৈ পৰিল দম্পতী। বিবাহৰ বিশেষ অনুষ্ঠানত দুয়োজনে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দুয়োৰে পৰিয়ালৰ সদস্যৰ বাবে দম্পতীটোৰ সাজ-পোছাকৰ লগতে সাজ-পোছাক প্ৰস্তুত কৰিছিল