Category: Assamese News

সাহসী যুৱতী: ধৰ্ষণ কৰিবলৈ অহা যুৱকৰ ওঁঠ কামুৰি চিঙিলে মহিলাই

সাহসী যুৱতী: ধৰ্ষণ কৰিবলৈ অহা যুৱকৰ ওঁঠ কামুৰি চিঙিলে মহিলাই

ধৰ্ষণ কৰিবলৈ অহা যুৱকক উচিত শাস্তি দিলে এগৰাকী সাহসী মহিলাই। নিজৰ সাহস আৰু বুদ্ধিৰ বলত এক ভয়ংকৰ বিপদৰ পৰা নিজক ৰক্ষা কৰে মহিলাগৰাকীয়ে। সাহসী মহিলাগৰাকীয়ে তেওঁক ধৰ্ষণ কৰিবলৈ অহা কুচৰিত্ৰৰ যুৱকজনক কামুৰি আঘাত কৰি সাৰি আহিবলৈ সক্ষম হয়। জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে এখন পথাৰত কাম কৰি থকাৰ অৱস্থাত দুষ্ট

সাৱধান হওঁক! নগাঁৱত ভণ্ড বাবাৰ সন্ত্ৰাস!

সাৱধান হওঁক! নগাঁৱত ভণ্ড বাবাৰ সন্ত্ৰাস!

নগাঁৱত আবিৰ্ভাৱ ভণ্ড বাবা। ভণ্ড বাবাৰ ভণ্ডামিৰ বলি হয় ইলিয়াছ আলি নামৰ এইজন যুৱক। ইলিয়াছক ভণ্ড বাবায়ে ১১,০০০ হাজাৰ টকা হাতৰ মুঠিত ৰাখিব কয়। টকা থকা মুঠিটোত ভণ্ড বাবায়ে হাত ৰাখি ইছলিয়াছৰ চকুত চকু ৰাখি অচেতন কৰি ১১,০০০ হাজাৰ টকালৈ উধাও হয় ভণ্ড বাবা। পাছত ইলিয়াছে ঘৰত গৈ হাতৰ মুঠি

নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ জিলা উপায়ুক্তক তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ জিলা উপায়ুক্তক তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৭ফেব্ৰুৱাৰী:–নগাঁও চহৰৰ অলিয়ে গলিয়ে পুনৰ নিচাজাতীয় সামগ্ৰীৰ অবাধ বিক্ৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ স্থিতি শূন্য সহনশীলতাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে মঙ্গলবাৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ গাঁৱে-ভূঁঞে,নগৰে-চহৰে বসবাস কৰা লাখ লাখ কিশোৰ তথা যুৱক-যুৱতীয়ে ঠাইতে পোৱা অবৈধ ফাৰ্মাচী আৰু পাইকাৰী ঔষধ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিবাহপাশত আবদ্ধ; চাওক ফটো

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিবাহপাশত আবদ্ধ; চাওক ফটো

মঙলবাৰে (৭ ফেব্ৰুৱাৰী) ৰাজস্থানৰ জয়ছালমেৰত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত বিবাহপাশত আবদ্ধ হয় বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে। ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ ছবি শ্বেয়াৰ কৰি কিয়াৰাই লিখিছে, “আব হুমাৰী স্থায়ী বুকিং হো গয় হায়।” সূৰ্যগড় প্ৰাসাদত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান। সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি হিন্দু পৰম্পৰা

অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা আঁতৰি থাকক, অন্যথা হেৰুৱাই পেলাব পাৰে যৌন ক্ষমতা

অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা আঁতৰি থাকক, অন্যথা হেৰুৱাই পেলাব পাৰে যৌন ক্ষমতা

আমাৰ দেশত এতিয়াও যৌন সংক্ৰমিত ৰোগৰ বিষয়ে কবলৈ বহুতে লজ্জা অনুভৱ কৰে! যেতিয়া আপুনি যৌন সমস্যাৰ বিষয়ে মুকলিকৈ কথা কয়, আপোনাৰ মুখখন লাজতে ৰঙা হয়! অৱশ্যে, যৌন সংক্ৰমিত ৰোগবোৰ আন শাৰীৰিক ৰোগৰ দৰেই স্বাভাৱিক! ইয়াত লজ্জিত হোৱাৰ কোনো কাৰণ নাই! যৌনতা এটা অতি স্বাভাৱিক প্ৰবৃত্তি! অৱশ্যে, যৌন সম্ভোগৰ সময়ত সাৱধান