প্ৰতি বছৰে বহাগ মাহৰ পূৰ্ণিমাৰ দিনা ভগৱান বুদ্ধৰ জন্ম জয়ন্তী উৎসৱ অতি উৎসাহেৰে পালন কৰা হয়। বৌদ্ধ ধৰ্ম অনুসৰি ভগৱান বুদ্ধৰ জন্ম হৈছিল বহাগ মাহৰ পূৰ্ণিমাৰ তিথিত। ( Religious Studies ) হিন্দু ধৰ্মত ভগৱান বুদ্ধক বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয়, গতিকে এই তাৰিখে হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ অনুগামী উভয়েই অতি শ্ৰদ্ধাৰে
Category: Assamese News
যেতিয়া মহাভাৰতৰ যু্দ্ধ সমাপ্ত হ’ল। পাণ্ডৱৰ জয় হ’ল, কৌৰৱৰ পৰাজয়। ভগৱান শ্রীকৃষ্ণই জ্যেষ্ঠ পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক ক’লে— ( Religious Studies ) কৃষ্ণ : “ধৰ্মৰাজ..! যুদ্ধৰ অন্ত পৰিল। ধৰ্মৰ জয় হ’ল, অধৰ্মৰ বিনাশ হ’ল। এতিয়া আপোনালোকে ৰাজ-অভিষেকৰ আয়োজন কৰক…!” যুধিষ্ঠিৰ : “বাসুদেৱ! যুদ্ধত আত্মীয়-সজ্জন, মিত্র-বৈৰী, অনেক ক্ষত্রিয়ৰ প্রাণ নাশ হ’ল। মোৰ মনত
বাল্মিকীতকৈও আগতে হনুমানে লিখিছিল ৰামায়ণ। প্ৰিয় পাঠকসকল আমি সকলোৱে জানো যে বাল্মিকীয়ে ৰামায়ণ ৰচনা কৰিছিল। কিন্তু আপুনি জানি আচৰিত হ’ব যে বাল্মিকীৰ আগতেই প্ৰভু ৰামচন্দ্ৰৰ আগ্ৰহ মতে তেওঁৰ প্ৰথম ভক্ত হনুমানে ৰচনা কৰিছিল ৰামায়ণ আৰু তাক এক শিলালিপিত খুদিত কৰিছিল। এই কথা যেতিয়া বাল্মিকীয়ে গম পালে তেতিয়া তেওঁ নিজে গৈ
সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ ‘অমূল্য কাকতি বঁটা’।শিৱসাগৰৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক প্ৰশান্ত শৰ্মালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ ‘অমূল্য কাকতি বঁটা’।৯ ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰদান কৰা হ’ব ‘অমূল্য কাকতি বঁটা ।
এক দলবদ্ধ ভয়ানক ধৰ্ষণৰ ঘটনাই কপাঁই গৈছে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্য।এগৰাকী ১৪ বছৰীয়া নাবালিকাক তিনি পাষণ্ডই প্ৰায় ৩৬ ঘন্টাৰো অধিক সময় দলবদ্ধ ধৰ্ষণ কৰি বাগানৰ মাজত হাত-ভৰি বান্ধি পেলাই থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি কৰিছে ডিব্ৰুগড়ত।বাল্য বিবাহক লৈ আৰক্ষী ব্যস্ত হৈ থকাৰ সময়তে তিনি নৰপিশাচে প্ৰথমে অপহৰণ আৰু পাছত