Category: Assamese News

বঙাইগাঁৱৰ নাককাটি শৃংগৰ নামনিত কমতাপুৰ মহোৎসৱৰ আৰম্ভণি

বঙাইগাঁৱৰ নাককাটি শৃংগৰ নামনিত কমতাপুৰ মহোৎসৱৰ আৰম্ভণি

অসমৰ এখন অন্যতম পৰ্যটনক্ষেত্ৰ হিচাপে বিবেচিত হোৱা বঙাইগাঁও জিলাৰ নাককাটি শৃংগ তথা পাহাৰৰ নামনিত আজিৰে পৰা আৰম্ভ হৈছে কমতাপুৰ মহোৎসৱ। জিলাখনৰ নৰ্থ বইটামাৰীৰ দেৱানগাওঁত থকা এই নাককাটি পাহাৰৰ শৃংগৰ নামনিৰ নৈসৰ্গিক পৰিবেশত কমতাপুৰ স্বায়ত্ব পৰিষদ আৰু অসম চৰকাৰৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আৰম্ভ

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ দুই মুল অভিযুক্তক গ্ৰেপ্তাৰ ছিপাঝাৰত

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ দুই মুল অভিযুক্তক গ্ৰেপ্তাৰ ছিপাঝাৰত

ৰাজ্য কপাঁই যোৱা গুৱাহাটীৰ পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত অৱশেষত আৰক্ষীৰ জালত পৰে ৷ মঙলদৈৰ ছিপাঝাৰৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে মুই অভিযুক্তক লৈ আৰক্ষী ৰাওনা হয় গুৱাহাটী অভিমুখে ৷ আৰক্ষীয়ে তদন্তৰ খাতিৰত অভিযুক্তৰ নাম সদৰি কৰাৰ পৰা বিৰত আছে ৷ উল্লেখ্য যে, মহানগৰীৰ সদাব্যস্ত পাঞ্জাবাৰীত

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

সামাজিক ব্যৱস্থাত নস্যাৎ কৰি কৰিলে লিংগ পৰিৱৰ্তন । তিনি বছৰ আগতে আৱদ্ধ হৈছিল প্ৰেমত আৰু বৰ্তমান সন্তানৰ অভিভাৱক হোৱাৰ পথত কেৰালাৰ এহাল ৰূপান্তৰিত যুগল। তেওঁলোকৰ আনন্দৰ এই মুহূৰ্তবোৰ শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত । জিয়া আৰু জাহাদ কেৰালাৰ কোজিকোড চহৰৰ বাসিন্দা। ল’ৰা হিচাপে জন্ম হৈছিল জিয়াৰ। কিন্তু তেওঁ নিজকে হৃদয়ৰ পৰা এজনী ছোৱালী কৰি তুলিছিল।

কনৰাডৰে বিজেপিৰ মিত্ৰতা ভংগৰ চূড়ান্ত ঘোষণা

কনৰাডৰে বিজেপিৰ মিত্ৰতা ভংগৰ চূড়ান্ত ঘোষণা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ শাসনাধিষ্ঠিত ৰাজনৈতিক দল কেইটাক কংগ্ৰেছ বিৰোধী একেখন মঞ্চলৈ অনাৰ লক্ষ্যৰে বিজেপিয়ে নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডা গঠন কৰিছিল যদিও মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ লগে লগে ফাট মেলিলে নেডাত৷ কেৱল নেডাত ফাট মেলাই নহয়, এন পি পি দলৰ সৈতেও মিত্ৰতা ভংগ হ’ল বিজেপিৰ৷ মেঘালয়ৰ

কিয়াৰা আদৱানীৰ বিবাহক লৈ আনন্দত উতলা অভিনেত্ৰীগৰাকীৰ পিতৃ, কি ক’লে …

কিয়াৰা আদৱানীৰ বিবাহক লৈ আনন্দত উতলা অভিনেত্ৰীগৰাকীৰ পিতৃ, কি ক’লে …

জয়ছালমেৰত ৬ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে। দীৰ্ঘদিন প্ৰেমৰ অন্তত অৱশেষত চাৰিওখন হাত একত্ৰিত হ’বলৈ গৈ আছে। নিজৰ কন্যাৰ বিয়াক লৈ কিয়াৰাৰ পিতৃ জগদীপ আদৱানীয়ে শুভেচ্ছা প্ৰদান কৰিছে। জয়ছালমেৰ বিমানবন্দৰত কিয়াৰাৰ পিতৃ জগদীপ আদৱানীক সাংবাদিকে বেৰি ধৰে। দেউতাক জগদীপৰ মুখত এটা চেঙেলীয়া হাঁহি এটা উঠে। কিয়াৰা