Category: Assamese News

গুৱাহাটীত বায়ু প্ৰদূষণ ভয়ংকৰ ৰূপত বৃদ্ধি, হাঁওফাঁওজনিত সমস্যাত বহু লোক, GMCলৈ GMCHৰ অধীক্ষকৰ অনুৰোধ

গুৱাহাটীত বায়ু প্ৰদূষণ ভয়ংকৰ ৰূপত বৃদ্ধি, হাঁওফাঁওজনিত সমস্যাত বহু লোক, GMCলৈ GMCHৰ অধীক্ষকৰ অনুৰোধ

মহানগৰবাসীৰ সন্মুখত আন এক ভাবুকি! গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি বায়ু প্ৰদূষণ ৷ বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্ৰায় ২০ৰ পৰা ২০০ পৰ্যন্ত দৈনিক AQI (Air Quality Index) পাৰ্থক্য ৷ তথ্য অনুসৰি ২০২২ চনৰ ১৩ জানুৱাৰীত বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৭৬ আছিল। ইয়াৰ বিপৰীতে ২০২৩ চনৰ ১৩ জানুৱাৰীত AQI ২৭৩লৈ বৃদ্ধি

‘মুছলমানক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে : ৰেজাউল কৰিম চৰকাৰ

‘মুছলমানক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে : ৰেজাউল কৰিম চৰকাৰ

‘মুছলমানক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে। ‘লাখ লাখ মুছলমান লোকে অধিকাৰৰ বাবে যুঁজ দিব। হিমন্ত বিশ্ব শৰ্মাক পুনৰ হুংকাৰ আমছুৰ। #AAMSU

বটদ্ৰৱাত অঞ্চলৰ সমস্যা সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা সম্পন্ন

বটদ্ৰৱাত অঞ্চলৰ সমস্যা সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৩ফেব্ৰুৱাৰী:–নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বৃহস্পতিবাৰে বটদ্ৰৱা অঞ্চলৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু সমস্যাসমূহৰ সমাধানৰ পথ বাচি উলিওৱা বিষয়ে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । সভাৰ আৰম্ভণিতে সমাজকৰ্মী,শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান পৰিচালনা সমিতিৰ উপ-সভাপতি তথা উদ্যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া অতুল মহন্তই গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত পকী

নগাঁৱৰ ঘাঁহীত পুথিভঁড়াল সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

নগাঁৱৰ ঘাঁহীত পুথিভঁড়াল সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,৩ফেব্ৰুৱাৰী:–ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ বৃহস্পতিবাৰে নগাঁও জিলা পুথিভঁড়াল সন্থা আৰু ঘাঁহী বৰসত্ৰ পুথিভঁড়ালৰ সহযোগত সামৰণি মৰা হয় । বৰসত্ৰ পুথিভঁড়াল প্রাঙ্গণত আয়োজিত সামৰণি অনুষ্ঠানটি দিনৰ ২ বজাৰ পৰা স্থানীয় সমাজকর্মী তুলেন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় ।

ৰামায়ণৰ এই ১৫টা ৰহস্যই আপোনাক আচৰিত কৰিব

ৰামায়ণৰ এই ১৫টা ৰহস্যই আপোনাক আচৰিত কৰিব

বাল্মিকীতকৈও আগতে হনুমানে লিখিছিল ৰামায়ণ। প্ৰিয় পাঠকসকল আমি সকলোৱে জানো যে বাল্মিকীয়ে ৰামায়ণ ৰচনা কৰিছিল। কিন্তু আপুনি জানি আচৰিত হ’ব ‌যে বাল্মিকীৰ আগতেই প্ৰভু ৰামচন্দ্ৰৰ আগ্ৰহ মতে তেওঁৰ প্ৰথম ভক্ত হনুমানে ৰচনা কৰিছিল ৰামায়ণ আৰু তাক এক শিলালিপিত খুদিত কৰিছিল। ( Religious Studies ) এই কথা যেতিয়া বাল্মিকীয়ে গম পালে