পুৰীৰ জগন্নাথ মন্দিৰলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ নলবাৰী জিলাৰ টিহুৰ এগৰাকী লোক সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চল টোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ১৯ জানুৱাৰীত টিহুৰ ভিন্ন প্ৰান্তৰ পৰা ২৯জনীয়া দল এটাই পুৰীৰ জগন্নাথ মন্দিৰলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। এই দলটোতে টিহুৰ নিজ খানাৰ ঘনশ্যাম পাঠক (৭৮) আৰু তেওঁৰ পত্নী
Category: Assamese News
পঞ্চভূতত বিলীন সকলোৰে মৰমৰ কলিজা আইতাৰ পাৰ্থৱ শৰীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি শেষ নিশ্বাস ত্যাগ কৰা ১০৮ বছৰীয়া কলিজা আইতা এতিয়া এক সোণালী স্মৃতি ৰূপে জীয়াই থাকিব সকলোৰে হৃদয়ত। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত কলিজা আইতা খ্যাত সুভদ্ৰা দেৱীয়ে অন্তিম নিশ্বাস ত্যাগ কৰিছিল। প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল
এসপ্তাহ ধৰি প্ৰায় ৪০০ কিলোমিটাৰ যাত্ৰা কৰি অযোধ্যাৰ ৰাম জন্মভূমিত উপস্থিত হ’ল ৩৫ টন ওজনৰ দুটা শালগ্ৰাম শিল। নেপালৰ কালি গণ্ডক জলপ্ৰপাতৰ পৰা লোৱা শিলেৰে নিৰ্মাণ কৰা হ’ব ৰামৰ মূৰ্তি। বুধবাৰে উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰৰ পৰা অযোধ্যালৈ অনা হয় দুটা শালগ্ৰাম শিল। ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ তত্বাৱধানত অযোধ্যাত প্ৰৱেশ কৰাৰ
তিনিঘন্টাৰ ভিতৰত দ্বিতীয়টো বৃহৎ ঘোষণা। কাজী, পুজাৰী, মৌলানা, দৰা-চব হব চাফা।আজিৰ পৰাই কাউন্ট ডাউন আৰম্ভ । কাইলৈ প্ৰকাশ পাব স্বামীৰ তালিকা। বাল্যবিবাহ কৰোৱা স্বামীৰ বিৰুদ্ধে খবৰ দিয়ক 9132699735 নম্বৰত
আপোনাৰ পত্নীৰ বয়স কিমান? ১৮বছৰৰ তলৰ ছোৱালীক বিয়া পাতিছিল নেকি? তেন্তে সাজু হওক হাতত হেণ্ডকাফ পিন্ধিবলৈ। কাইলৈ পুৱাই আপোনাৰ ঘৰলৈ যাব আৰক্ষী।