খাদ্য-সামগ্ৰী প্ৰস্তুত কৰোতে আজিকালি আমি প্ৰায়ভাগেই খৰিৰ সলনি ৰন্ধন গেছ ব্যৱহাৰ কৰো৷ কিন্তু জুতি লগাই বিভিন্ন ব্যঞ্জন ৰান্ধোতে পাকঘৰৰ চিলিণ্ডাৰ খালি হৈ যায়৷ পিছে ৰন্ধন গেছ ৰাহি কৰাৰ কেতবোৰ সহজ কিটিপ আছে৷ আজিৰ শিতানত আগবঢ়োৱা হৈছে ৰন্ধন গেছ ৰাহি কৰাৰ ঘৰুৱা কিটিপ – খাদ্য প্ৰস্তুত কৰোতে সদায় শুকান পাত্ৰ ব্যৱহাৰ
Category: Assamese News
আমি সকলোৱে জানো যে ফলাহাৰে স্বাস্থ্যৰ উপকাৰ কৰে৷ কথাতে আছে যে সুদা পেটত পানী, আৰু ভৰা পেটত ফলাহাৰ কৰাৰ দৰে উপকাৰ ক’তো পোৱা নাযায়৷ পিছে ভৰা পেটত ফলাহাৰ, কিন্তু সুদা পেটত নহয়, এই ধাৰণা মুঠেই শুদ্ধ নহয়৷ এচিডিটি বা গেছৰ সমস্যাৰ আশংকা কৰিয়েই আমি ফলাহাৰক সদায় আন খাদ্য গ্ৰহণৰ পিছত
শোৱাৰ সময়ত মূৰৰ কাষত ম’বাইল থৈ কেতিয়াও নুশুব৷ ইয়ে কেতিয়াবা মাৰাত্মক ক্ষতি কৰিব পাৰে৷ মূৰৰ কাষত ম’বাইল লৈ শুলে কি কি ক্ষতি হ’ব পাৰে জানি থওক– দীৰ্ঘ সময় ধৰি ম’বাইল ফোনত কথা নাপাতিব৷ একেলেথাৰিয়ে ১৫ মিনিটতকৈ বেছি সময় কথা নাপাতিব৷ এয়া কোনো কাৰণতে উচিত নহয়৷ দীৰ্ঘ সময় ম’বাইল ফোনত কথা
অস্বাস্থ্যকৰ খাদ্য, বীজাণু যুক্ত আৰু অপৰিষ্কাৰ বাচনত খাদ্য গ্ৰহণ কৰিলে ফুড পয়জনিং বা খাদ্যত বিষক্ৰিয়া ঘটাতো স্বাভাৱিক৷ এনে অৱস্থাত আমি লগে লগে চিকিৎসকৰ কাষ চাপো৷ ফুড পয়জনিং হ’লে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰ নাচাপি কেতবোৰ সাধাৰণ উপায়ৰ জৰিয়তেই এই সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পাৰি৷ অৱশ্যে, ফুড পয়জনিঙৰ বাবে শৰীৰ বেছি দুৰ্বল
জীৱন ৰঙীন হ’ব যদিহে আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকে৷ সুস্বাস্থ্য বজাই ৰাখিবলৈ মানুহে ফলাহাৰ গ্ৰহণ কৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে ফলৰ বিভিন্ন বৰণত থাকে স্বাস্থ্যৰ বিভিন্ন উপকাৰ৷ সেউজীয়া ফল বা পাচলি বুলি ক’লে মনলৈ আহে কেপচিকাম, ব্ৰুকলি, তৰমুজ আৰু বাৰীৰ বিভিন্ন শাক৷ সেউজীয়া শাক-পাচলিত থাকে প্ৰচুৰ পৰিমাণে লুটেইন