মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনা মহানগৰবাসীক উপহাৰ। বুধবাৰে অনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ফাঁচীবজাৰৰ নৱনির্মিত পদসেতু। প্ৰায় ১০ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা এই পদসেতুখনত থাকিব অত্যাধুনিক সা-সুবিধা। ফাঁচীবজাৰলৈ যাব বিচৰা পথচাৰীসকলৰ বাবে থাকিব বৈদ্যুতিক চিৰি। বয়োজ্যেষ্ঠসকলৰ বাবে আছে পদসেতুৰ দুয়োকাষে লিফটৰ ব্যৱস্থা। তাৰ সমান্তৰালকৈ বিশ্ববিখ্যাত এশিঙীয়া গঁড়
Category: Assamese News
প্ৰথমবাৰলৈ কন্যাৰ ফটো ৰাজহুৱা কৰিলে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।প্ৰিয়ংকা চোপ্ৰাই লছ এঞ্জেলছত জোনাছ ব্ৰাদাৰ্ছৰ ‘ৱাক অফ ফেম’ তাৰকা উন্মোচন অনুষ্ঠানত কন্যা মালতী মেৰীৰ মুখ প্ৰকাশ কৰে।পৰিয়াল হিচাপে প্ৰিয়ংকা,নিক আৰু তেওঁলোকৰ কন্যা তিনিওজনৰ এইটো প্ৰথম ৰাজহুৱা উপস্থিতি।বৰ্তমান জোনাছ ব্ৰাদাৰ্ছৰ এই অনুষ্ঠানটো প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ কন্যা মালতীৰ মুখ প্ৰকাশৰ অনুষ্ঠান
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ অসুস্থ।মঙ্গলবাৰে হেল্থ চিটি হস্পিতালত ভৰ্তি কৰা হৈছে শিল্পীজনক। কিছু গুৰুতৰ শাৰীৰিক অসুস্থতাৰ বাবে শিল্পী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।কিছুদিন চিকিৎসালয়তে শিল্পীগৰাকীয়ে কটাব লাগিব বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে।হেল্থ চিটি হস্পিতালত ডাঃ চন্দনা শৰ্মা, ডাঃ বিকাশ চৌধুৰীৰ তত্বাৱধানত চিকিৎসা চলি আছে
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰূপে জি পি সিঙে দায়িত্ব গ্ৰহণৰ দিনটোতেই ডবকাত আৰক্ষীৰ এনকাউন্টাৰ৷ এগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ ভৰিলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা৷ গুলীচালনাত শ্বৰিফ উদ্দিন নামৰ ড্ৰাগছ ব্যৱসায়ীজন আহত হোৱাৰ বিপৰীতে চুজন নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডবকা আৰক্ষী আৰু হোজাইৰ ক্ৰাইম ব্ৰাঞ্চে৷ ঘটনাৰ বিৱৰণী অনুসৰি, আজি সন্ধিয়াৰ ভাগত ডবকা-নীলবাগানৰ
১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত বৃদ্ধি পাব ফেৰী সেৱাৰ টিকটৰ দাম।গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাৰ দাম বৃদ্ধি। আঢ়ৈ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা টিকটৰ দাম হ’ব ৫ টকা।এতিয়াৰ পৰা দুচকীয়া বাহনসহ ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ ভৰিব লাগিব ১৫ টকা।আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালকালয়ে দিছে এই নিৰ্দেশনা।