আঞ্চলিক ৰাজনীতিৰ অন্যতম মহিৰুহ স্বৰূপ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা, দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অসম গণ পৰিষদ দলে গভীৰ শোক প্ৰকাশ
Category: Assamese News
বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উদ্যোগত পাঞ্জাবাৰীৰ বাঘৰবড়ীস্থিত দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত আজি সীতা নৱমী উদযাপন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সাধাৰণ সম্পাদক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানত
ভাঙা টিভি খ্যাত ইউটিউবাৰ দ্বীপজ্যোতি ডেকা বাইহাটা চিগনাচ হাস্পতালৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ। যোৱা কেইদিনমানৰ পূৰ্বে মঙ্গলদৈৰ গাঁৱবুঢ়াৰ চ’কত কোনো দুৰ্বৃত্তই আক্ৰামন কৰাৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা দ্বীপজ্যোতি
চিলাপথাৰৰ দক্ষিণ চ’ছাইটি গাঁৱৰ দুলাল গোস্বামীৰ কনিষ্ঠ পুত্ৰ তথা ১৪ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ৪ দিনে সন্ধানহীন হৈ আছে। ১৪ মে’ৰ পুৱাই স্কুললৈ বুলি ওলাই যোৱা ছাত্ৰজনে দুপৰীয়া
-পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ লোক। ১০ মে’ত ৪ বন্ধুৰ সৈতে গৈছিল মাইনুল ইছলাম নামৰ লোকজন। -১৩ মে’ত শেষবাৰৰ বাবে মাইনুলৰে যোগাযোগ হৈছিল পত্নীৰ। -মাইনুলৰ সন্ধান পালে 70992-41464/60007-03148ত যোগাযোগৰ আহ্বান পৰিয়ালৰ।