“ধুবুৰীত সম্ভৱ নহয় আজমল, ৰকিবুলৰ জয় ৷ ধুবুৰীত জয় হব অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ”, এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ ৷ ধুবুৰী লোকসভা সমষ্টিক লৈ হতাশাজনক স্থিতি লোৱা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক প্ৰত্যুত্তৰ অসম গণ পৰিষদৰ দলৰ সভাপতি অতুল বৰাৰ, “ধুবুৰীক লৈ নিৰাশ হোৱাৰ
Category: Assamese News
আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা ঘোষণা কৰে যে অসমীয়া লেখক সাহিত্যিক আৰুণি কাশ্যপলৈ চলিত বছৰৰ ৰেডক্লিফ ফেল’শ্বিপ প্ৰদান কৰা হৈছে ৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যলয়ৰ ৰেডক্লিফ ইন্ষ্টিটিউট অফ এডভান্চড্ ষ্টাডিয়ে প্ৰত্যেক বছৰে পৃথিৱীৰ প্ৰায় ৫০ জন নিজৰ ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তিক এই সন্মান প্ৰদান কৰে ৷ যোৱা প্ৰায় সাত দশকযুৰি
কথাতে কয় জন্ম, মৃত্যু¸ বিবাহ হেনো ভগৱানৰ হাতত। এখন গাঁৱত এইবাৰ কিন্তু ৰাইজে পাতিলে একেলগে ১২ গৰাকী দৰা আৰু ১২ গৰাকী কইনাৰ বিয়া। এখন ৰভাৰ তলতে একেলগে মাহ-হালধি সানিলে ১২ যোৰাকৈ দৰা- কইনাক। মৰিগাঁৱৰ মিকিৰভেটা ডেকাৰ গাঁৱৰ ৰাইজৰ মহানুভৱতা। গাঁওখনৰ ৰাইজৰ সৌজ্যনত অনুষ্ঠিত হ’ল সমূহীয়া বিবাহ অনুষ্ঠান। মিকিৰভেটা ডেকা গাঁৱত
Air India Express on Thursday agreed to withdraw termination letters issued to 25 cabin crew members. The move came following a meeting of Air India Express management with the protesting crew, convened by the Chief Labour Commissioner at 2 pm today. Following the move, a section of Air India Express
আজি জামিন পাবনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে? আজি শিৰোনামত থকা আটাইতকৈ চৰ্চিত খবৰ হ’ল অৰবিন্দ কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি। আজি উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ অতৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত সিদ্ধান্ত হ’ব। উল্লেখযোগ্য যে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান তেওঁ তিহাৰ জে’লত বন্দী হৈ আছে।